অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত চাহ জনগোষ্ঠী লোকৰ যথেষ্ট অৱদান আছে - গুলি অসম ওৰফে ৰহেন্দ্ৰ মৰাণ, প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ সভাপতি।

খোবাং ৰাজহুৱা কৰম সন্মিলনত উপস্থিত থাকি আৰু কি কলে নেতা গৰাকীয়ে শুনক।