সোণাৰিৰ নাফুক চাহ বাগিচাত নতুন পানী যোগান আঁচনি উদ্বোধন কৰিলে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে। জনস্বাস্থ্য কাৰিকৰী বিভাগ, নাজিৰা সংমণ্ডলৰ অন্তৰ্গত ২০২১-২২ বৰ্ষৰ "জল জীৱন মিছন"ৰ অধীনত স্থাপন কৰা পানী যোগান আঁচনি খন আজি উদ্বোধন কৰা হয়। নাফুক খেলপথাৰত অনুষ্ঠিত হোৱা উদ্বোধনী অনুষ্ঠানত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ লগতে বহু কেইগৰাকী বিশিষ্ট অতিথি উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
বজালীৰ ভাৰত ভূষণ দেৱ চৌধুৰীক অসম লোক সেৱা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি
বজালীৰ সু-সন্তান ভাৰত ভূষণ দেৱ চৌধুৰীক অসম লোক সেৱা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি ।
বজালিৰ...
माहेर संस्थेने रस्त्यावरील मजुरांची दिवाळी केली गोड
रत्नागिरी : येथील निराधारांचा आधारवड ठरलेल्या माहेर संस्थेमध्ये वर्षातील सर्व सण उत्सव साजरे होत...
પ્રધાનમંત્રી આવાસ યોજના બની આશીર્વાદરૂપ: સુરતના વૈશાલીબેન ચૌધરીના ઘરનું સ્વપ્ન થયું સાકાર
સુરતના વૈશાલીબેન યોગેશભાઈ ચૌધરીને મોટા વરાછા ખાતે સુરત મહાનગરપાલિકા દ્વારા પ્રધાનમંત્રી આવાસ...
বৰদুমচা আৰু পেঙেৰী আৰক্ষীৰ যুটীয়া অভিযানত কানি সহ এগৰাকী মহিলাক আটক কৰি সংবাদ মাধ্যমৰ আগত মন্তব্য ।
বৰদুমচা আৰু পেঙেৰী আৰক্ষীৰ যুটীয়া অভিযানত কানি সহ এগৰাকী মহিলাক আটক কৰি সংবাদ মাধ্যমৰ আগত মন্তব্য ।
শিৱসাগৰত প্ৰভাত ফেৰী
অসম ৰাজ্যিক মুক্তি যুঁজাৰু সন্মিলন আৰু শিৱসাগৰ জিলা মুক্তি যুঁজাৰু সন্মিলন উদ্যাগত অসম চৰকাৰৰ...