গোলাঘাট এৰেঙাপাৰা স্থিত অগ্নি নিৰ্বাপক বাহিনীৰ কাৰ্য্যালয়ত বিশ্ব কৰ্মা পূজা অনুষ্ঠিত l সদা ব্যস্ততাৰ মাজতো আজি গোলাঘাট এৰেঙাপাৰা স্থিত অগ্নি নিৰ্বাপক বাহিনীৰ কাৰ্য্যালয়ত আজি অতি উলহ মালহেৰে উদযাপন কৰে অগ্নি নিৰ্বাপক বাহিনীৰ বিষয় ববিয়া সকলে বিশ্ব কৰ্মা পূজা l পুৱাতে ধুপ দ্বীপ নৈবদ্য আগবঢ়ায় বাবা বিশ্বকৰ্মাৰ স্বৰনত আৰ্শীৱাদ ললে সকলোৱে
গোলাঘাট এৰেঙাপাৰা স্থিত অগ্নি নিৰ্বাপক বাহিনীৰ কাৰ্য্যালয়ত বিশ্ব কৰ্মা পূজা অনুষ্ঠিত সদা ব্যস্ততাৰ
![](https://i.ytimg.com/vi/s-LRbXrER84/hqdefault.jpg)
![Like](https://storage.googleapis.com/nerity.com/uploads/reactions/like.png)
![Love](https://storage.googleapis.com/nerity.com/uploads/reactions/love.png)