দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ উপলক্ষে চৰকাৰে গ্ৰহণ কৰা এক দূৰদৰ্শী পদক্ষেপৰ অংশ হিচাপে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত অমৃত সৰোবৰ খনন কাৰ্যৰ শুভাৰম্ভ কৰা হৈছে। সোণাৰি বিধানসভা সমষ্টিটো এই অভিলাসী আঁচনি খন আজি শুভাৰম্ভ কৰা হৈছে। সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে শুভাৰম্ভ কৰে এই আঁচনিৰ। প্ৰায় ১৩ লাখ টকা ব্যয় সাপেক্ষে চফ্ৰাই গাঁও পঞ্চায়তৰ অন্তৰ্গত শিলনী বিলত অমৃত সৰোবৰ খনন কাৰ্যৰ শুভাৰম্ভ অনুষ্ঠানত সোণাৰি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াৰ লগতে টাই আহোম উন্নয়ন পৰিষদৰ সদস্য দিলীপ কোঁৱৰ, চফ্ৰাই মণ্ডল বিজেপিৰ অৰ্জুন ছেত্ৰীৰ উপৰিও দলীয় কৰ্মকৰ্তা তথা স্থানীয় ৰাইজ উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
દાહોદ શહેર બંધના એલાન ને વેપારીઓનો સમર્થન...
મણિપુરની ઘટનાના પડઘા ગુજરાતમાં પણ જોવા મળ્યા હતા આદિવાસી પરિવાર દ્વારા દાહોદ શહેર બંધના...
सुखराम बिश्नोई आमरण अनशन पर बैठे:सांचौर जिले को निरस्त नहीं करने की मांग
सांचौर जिले को यथावथ रखने की मांग को लेकर पूर्व राज्य मंत्री सुखराम बिश्नोई बुधवार यानी आज सांचौर...
মৰাণত ৬ জনগোষ্ঠীয় ঐক্য মঞ্চৰ প্ৰতিবাদ, মোদীৰ জন্ম দিনটোত কলা দিন আৰু বিপ্লৱৰ হিচাপে পালন কৰিব মঞ্চই
মৰাণত ৬ জনগোষ্ঠীয় ঐক্য মঞ্চৰ প্ৰতিবাদ, মোদীৰ জন্ম দিনটোত কলা দিন আৰু বিপ্লৱৰ হিচাপে পালন কৰিব ৬...
চুকাফা সভাকক্ষত আগন্তুক গণৰাজ্য দিৱস উদ্যাপন সন্দৰ্ভত জিলা উপায়ুক্ত আদিত্য বিক্ৰম যাদৱৰ অধ্যক্ষতাত সভা অনুষ্ঠিত।
শিৱসাগৰৰ চুকাফা সভা কক্ষত আগন্তুক।গণৰাজ্য দিৱস উদ্যাপনৰ সন্দৰ্ভত জিলা প্ৰশাসনৰ গুৰুত্ব...
MCN NEWS| वांजरगाव येथील नागरिकांचे अवैध वाळू उपश्याच्या विरोधात उपोषण
MCN NEWS| वांजरगाव येथील नागरिकांचे अवैध वाळू उपश्याच्या विरोधात उपोषण