দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ উপলক্ষে চৰকাৰে গ্ৰহণ কৰা এক দূৰদৰ্শী পদক্ষেপৰ অংশ হিচাপে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত অমৃত সৰোবৰ খনন কাৰ্যৰ শুভাৰম্ভ কৰা হৈছে। সোণাৰি বিধানসভা সমষ্টিটো এই অভিলাসী আঁচনি খন আজি শুভাৰম্ভ কৰা হৈছে। সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে শুভাৰম্ভ কৰে এই আঁচনিৰ। প্ৰায় ১৩ লাখ টকা ব্যয় সাপেক্ষে চফ্ৰাই গাঁও পঞ্চায়তৰ অন্তৰ্গত শিলনী বিলত অমৃত সৰোবৰ খনন কাৰ্যৰ শুভাৰম্ভ অনুষ্ঠানত সোণাৰি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াৰ লগতে টাই আহোম উন্নয়ন পৰিষদৰ সদস্য দিলীপ কোঁৱৰ, চফ্ৰাই মণ্ডল বিজেপিৰ অৰ্জুন ছেত্ৰীৰ উপৰিও দলীয় কৰ্মকৰ্তা তথা স্থানীয় ৰাইজ উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
आयशा शेख यांना जी.के. फाउंडेशन चा राज्यस्तरीय पुरस्कार@news23marathi
आयशा शेख यांना जी.के. फाउंडेशन चा राज्यस्तरीय पुरस्कार@news23marathi
औरंगाबाद ग्रामीण पोलिस अधीक्षक मनीष कलवानीया यांचा सत्कार
स्थानीक पत्रकार समिती कडुन पोलीस अधिक्षक. कलवानीया यांचा सत्कार.
बिडकीन / प्रतिनिधी
....
CM Bhagwant Maan ने कहा- कभी-कभी नई पार्टियां पुरानी पार्टियों से अपना एजेंडा सेट करवाती हैं
CM Bhagwant Maan ने कहा- कभी-कभी नई पार्टियां पुरानी पार्टियों से अपना एजेंडा सेट करवाती हैं
AMCs On Radar | Midcap Small Cap Fund में एकमुश्त निवेश पर लगी रोक, ICICI Pru AMC में अब क्या करें?
AMCs On Radar | Midcap Small Cap Fund में एकमुश्त निवेश पर लगी रोक, ICICI Pru AMC में अब क्या करें?