নিজ বাসগৃহত উৱলি যোৱা অৱস্থাত উদ্ধাৰ হৈছে এটা মৃতদেহ ৷ খুমটাই বৰুৱাগাঁৱত এগৰাকী অৱসৰপ্ৰাপ্ত চি আই এছ এফ জোৱানৰ মৃতদেহ উৱলি যোৱা অৱস্থাত নিজ বাসগৃহত উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ বিৰাজ কৰিছে ।খুমটাই আৰু কমাৰগাঁও আৰক্ষীৰ লগতে দণ্ডাধীশ উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাট শ্বহীদ কোশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । মৃত লোকজন বৰুৱাগাঁৱৰ অজয় ফুকন ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Delhi Election 2025: दिल्ली में चुनाव से पहले केजरीवाल का दांव, बुजुर्गों के लिए किया ये बड़ा ऐलान
Delhi Election 2025: दिल्ली में चुनाव से पहले केजरीवाल का दांव, बुजुर्गों के लिए किया ये बड़ा ऐलान
এটা টকাও খৰছ নকৰি অসম পুলিচ বেটেলিয়ন কামাণ্ডোত চাকৰি লৰমাবটাঁকুছিৰ জয়ন্ত দাসৰ
সদ্য ঘোষিত অসম আৰক্ষীৰ ৫৫০০ পদৰ ফলাফলত ঘগ্ৰাপাৰ আৰক্ষী থানাৰ অন্তৰ্গত লৰমাবটাঁকুছিৰ জয়ন্ত দাস...
চি পি আইৰ গোলাঘাট জিলা সমিতিৰ অধিবেশন ।
চি পি আইৰ গোলাঘাট জিলা সমিতিৰ অধিবেশন । গোলাঘাট এমেচাৰ থিয়েটাৰ হলত অনুষ্ঠিত ভাৰতৰ কমিউনিষ্ট...
अंडमान भेजे जाएंगे पंजाब व हरियाणा की जेलों में बंद गैंगस्टर, सिद्धू मूसेवाला केस का आरोपित भी लिस्ट में शामिल
राष्ट्रीय जांच एजेंसी (एनआइए) ने दिल्ली, पंजाब और हरियाणा की जेलों में बंद 10-12 गैंगस्टरों...