নিজ বাসগৃহত উৱলি যোৱা অৱস্থাত উদ্ধাৰ হৈছে এটা মৃতদেহ ৷ খুমটাই বৰুৱাগাঁৱত এগৰাকী অৱসৰপ্ৰাপ্ত চি আই এছ এফ জোৱানৰ মৃতদেহ উৱলি যোৱা অৱস্থাত নিজ বাসগৃহত উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ বিৰাজ কৰিছে ।খুমটাই আৰু কমাৰগাঁও আৰক্ষীৰ লগতে দণ্ডাধীশ উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাট শ্বহীদ কোশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । মৃত লোকজন বৰুৱাগাঁৱৰ অজয় ফুকন ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
आचार्य शांतिसागर शताब्दी महोत्सव का ध्वजारोहण के साथ हुआ शुभारंभ
सकल दिगम्बर जैन समाज के तत्वावधान में मुनि अनुसरण सागर महाराज के सानिध्य में आयोजित आचार्य...
ગરબાડા તાલુકાના દેવધા ગામમાંસ્મશાન ના કોતરમાં યુવક યુવતી
ગરબાડા તાલુકાના દેવધા ગામમાંસ્મશાન ના કોતરમાં યુવક યુવતી
शिवसेनेची अवस्था झाली, तशी बिहारमध्ये भाजपची? NitishKumar | Bihar Political Crisis
शिवसेनेची अवस्था झाली, तशी बिहारमध्ये भाजपची? NitishKumar | Bihar Political Crisis
जबलपुर में अस्पताल में भीषण आग लगी,चार लोग की मौत तीन गंभीर रूप से घायल
मध्य प्रदेश के जबलपुर में एक अस्पताल में भीषण आग लग गई. इस घटना में चार लोगों की मौत हो गई है और...