আজি মৰাণত ছয় জনগোষ্ঠীৰ এক জৰুৰী কাৰ্য্যনিৰ্বাহক সভা অনুষ্ঠিত হয়।কাৰ্য্যনিৰ্বাহ সভাৰ শেষত এখনি সংবাদ মেলৰ জৰিয়তে জনজাতিকৰণৰ দাবীত কেইবালানিও আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰা হয়।

Sponsored

पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट - बूंदी

पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट कीऔर से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं

১) ২২ চেপ্তেম্বৰ তাৰিখে দিছপুৰত বিধানসভা ঘেৰাও কাৰ্য্যসূচী।

২) ২৬ চেপ্তেম্বৰ তাৰিখে ২৪ ঘণ্টীয়া অসম বন্ধ ঘোষণা।

৩) ৯ অক্টোবৰত সমগ্ৰ অসমত অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী।

৪) ১৫ অক্টোবৰত উত্তৰ অসমৰ লক্ষীমপুৰ,ধেমাজি সামৰি গোগামুখত বিশাল গণ সমাৱেশ।

৫) ১৫ নৱেম্বৰত দিল্লীত ছয় জনগোষ্ঠীৰ গণ বিক্ষোভ কাৰ্য্যসূচী।

৬) দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম দিৱস লৈকে ধাৰাবাহিক ভাৱে কলা দিৱস পালন।