মৰাণত ৬ জনগোষ্ঠীয় ঐক্য মঞ্চৰ প্ৰতিবাদ, মোদীৰ জন্ম দিনটোত কলা দিন আৰু বিপ্লৱৰ হিচাপে পালন কৰিব ৬ জনগোষ্ঠীয় ঐক্য মঞ্চই। মৰাণত আজি ভাৰত চৰকাৰ তথা অসম চৰকাৰে ৬ জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যদা প্ৰদান নকৰাত ক্ষুদ্ধ হৈ মৰাণ নগৰৰ মাজমজিয়াত নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি দাহ কৰি এই মন্তব্য প্ৰদান কৰে। লগতে বিভিন্ন শ্লোগানেৰে পৰিৱশ উত্তাল কৰি তোলে।
মৰাণত ৬ জনগোষ্ঠীয় ঐক্য মঞ্চৰ প্ৰতিবাদ, মোদীৰ জন্ম দিনটোত কলা দিন আৰু বিপ্লৱৰ হিচাপে পালন কৰিব মঞ্চই

