চৰাইদেউত বিদ্যুতৰ ব্যৱহাৰ বৃদ্ধি হোৱা বাবেহে মাছুল বৃদ্ধি পাইছে বুলি মন্তব্য কৰিছে চৰাইদেউ বিদ্যুত উপ সংমণ্ডলৰ বিষয়া ৰিতুৰাজ খনিকৰে। আনহাতে এপিডিচিএলে নিজাকৈ বিদ্যুত মাছুল বৃদ্ধি কৰিব নোৱাৰে বুলি মন্তব্য কৰি তেখেতে চৰাইদেউ জিলাত স্মাৰ্ট মিটাৰ প্ৰজেক্ট আৰম্ভ হোৱা নাই বুলিও কয়। উল্লেখ্য যে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে চৰাইদেউ জিলাতো অস্বাভাৱিক ভাৱে বিদ্যুতৰ মাছুল বৃদ্ধি পোৱাত বিষয়টোৱে চৰ্চা লাভ কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ઠાસરા વેપારી ક્રેડીટ સોસાયટી બેંક દ્વારા નકલી સોનું કોભાંડ નાં કૌંભાંડકારી ચિરાગભાઈ ચોકસી પર કોની રહેમ નજર.
ઠાસરા પોલીસની રહેમ નજર હેઠળ ઠાસરા વેપારી મંડળી ના કૌભાંડકારી ચિરાગભાઈ ચોકસી દ્વારા પોતાના પરિવાર...
मा. आ . विजय भांबळे यांच्या उपस्थितीत गावातील कार्यकर्त्याचा राष्ट्रवादी काँग्रेस पक्षात जाहीर प्रवेश
मा.आ. विजय भांबळे यांच्या उपस्थितीत विविध गावातील कार्यकर्त्यांचा राष्ट्रवादी कॉंग्रेस पक्षात...
G20 Summit | Rishi Sunak को भारत में नहीं मिली तवज्जो! British मीडिया में क्या-क्या लिखा? | Delhi
G20 Summit | Rishi Sunak को भारत में नहीं मिली तवज्जो! British मीडिया में क्या-क्या लिखा? | Delhi
कार्यकर्ता मिशन मोड़ में जुट जाए मंत्री गिरीश चंद्र यादव।
जनपद जौनपुर में,कार्यकर्ता मिशन मोड़ में जुट जाए गिरीश चंद्र यादव। मालूम होकि जनपद जौनपुर में,आम...
চুকাফা মৈদাম সংৰক্ষণ আৰু সৌন্দৰ্য বৰ্ধনৰ দাবী বুৰঞ্জীপ্ৰসিদ্ধ চৰাইদেউ সংৰক্ষণ আৰু উন্নয়ন মঞ্চৰ
বৰ অসমৰ ভেঁটি গঢ়োতা স্বৰ্গদেউ চাওলুং চুকাফাৰ মৈদাম দীৰ্ঘদিন ধৰি অচিনাক্ত অৱস্থাত থকাৰ পাছত...