মিচিং সম্প্ৰদায়ৰ লোকবিশ্বাস অনুসৰি, খেতিয়কসকলে খেতি মাটিৰ বাবে হাবি-জংঘল কাটি জুই দিওঁতে কীট পতংগ, সাপ-বেং আদি জুইত পুৰি অজানিতে হত্যা কৰে আৰু হাল বাওঁতেও হাজাৰ হাজাৰ কেঁচু-কুমটি মাটিত লেটিয়াই অজানিতে হত্যা কৰে৷ গতিকে সেই হত্যাৰ অপৰাধত নিজকে অপৰাধী হিচাপে গণ্য কৰি মিচিং ৰাইজে মিলি প্ৰতিবছৰে পালন কৰে এই দবুৰ পূজা৷ এই পূজাত গাঁৱৰ ঘৰে ঘৰে আজেং সংগ্ৰহ কৰাৰ পিছত গাঁৱৰ আচুতীয়া ঠাইত বা নৈৰ পাৰত পূজাৰ মাংগলিক কাৰ্য সম্পন্ন কৰা হয়৷ দবুৰ পূজাত গাঁৱৰ অন্য ব্যক্তিৰ প্ৰবেশ নিষেধ কৰা হয৷ এই পূজাত থলচৰ ডাঙৰীয়া নামত এটা ৰঙা মতা কুকুৰা,স্বৰ্গ দেৱতাৰ নামত এটা বগা কুকুৰা, লক্ষ্মী দেৱীৰ নামত বগা মাইকী কুকুৰা,কাৰ্চিং কাৰ্তাকৰ নামত এটা পকৰা কুকুৰা আৰু আই বসুমতীৰ নামত মাইকী গাহৰি এটা বধ কৰি উৎসৰ্গা কৰাৰ লগতে গাঁৱৰ প্ৰতিটো পৰিয়ালৰ অপৰাধ দূৰ কৰাৰ বাবে অনা কুকুৰাবোৰ লোকবিশ্বাস অনুসৰি ৰাজহুৱাকৈ বধ কৰি উচৰ্গা কৰে দেৱ-দেৱীসকললৈ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
અમદાવાદ પૂર્વ વિસ્તાર ઓઢવ કેનાલ પાસે દુકાનો ઉપર વગર નોટિસે AMC નું બુલ્ડોજર ચાલ્યો, વિરાટનગર વોર્ડ,
અમદાવાદ પૂર્વ વિસ્તાર ઓઢવ કેનાલ પાસે દુકાનો ઉપર વગર નોટિસે AMC નું બુલ્ડોજર ચાલ્યો, વિરાટનગર વોર્ડ,
এপিএচচিৰ মীন উন্নয়ন বিষয়া পৰীক্ষাত উওিৰ্ন হৈ গৌৰৱ কঢিয়াই অনা ৰহাৰ সু সন্তান ঈশান বৰাক এলআইচী প্ৰিমিয়াৰ পোইন্টৰ স্বতাধিকাৰী সুভাষ কুমাৰ বৰা ৰ সম্বৰ্ধনা জ্ঞাপন
সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ মীন উন্নয়ন বিষয়া পৰীক্ষাত উওিৰ্ন হৈ ৰহা,চাপৰমুখ লৈ গৌৰৱ কঢিয়াই অনা...
Mayawati का ये कैंडीडेट Modi के मंत्री Narendra Singh Tomar को फंसा देगा?
Mayawati का ये कैंडीडेट Modi के मंत्री Narendra Singh Tomar को फंसा देगा?