জীয়াঢল নদীৰ বানত ছিঙিল কুমটীয়া সোঁপাৰৰ বগলীজান সাপেখাটি মথাউৰি। গোগামুখ ৰাজহ চক্ৰৰ অধীনস্থ বগলীজান সাপেখাটি মথাউৰিৰ প্ৰায় ১০০ মিটাৰ ছিঙি সৃষ্টি কৰিছে ভয়ংকৰ পৰিস্থিতি। কিছু সময়ৰ আগত সাপেখাটি মথাউৰি ছিঙি বহু গাওঁ জলমগ্ন কৰি পেলাইছে বুলি জানিব পৰা গৈছে । আন্ধাৰত ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সুচনা হৈছে । ধাৰাষাৰ বৰষুণৰ ফলত পুৱাৰ পৰাই জীয়াধল কুমটীয়া নদীৰ জলপৃষ্ঠ বৃদ্ধি পাই আহিছিল যদিও কুমটীয়া নদীৰ সোঁপাৰৰ সাপেখাটি মথাউৰিটো ৰাইজে মেৰামতি কৰি আছিল যদিও প্ৰলয়ংকাৰী বানে ছিঙি নিলে মথাউৰিৰ প্ৰায় এশ মিটাৰ ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ભાજપા પક્ષના ઉમેદવાર શ્રી બચુભાઇ ખાબડે નોધાવી ઉમેદવારી ॥ ૧૩૪ -વિધાનસભા॥ દાહોદ ગોધરા સ્ટ્રીટ ન્યુઝ
ભાજપા પક્ષના ઉમેદવાર શ્રી બચુભાઇ ખાબડે નોધાવી ઉમેદવારી ॥ ૧૩૪ -વિધાનસભા॥ દાહોદ ગોધરા સ્ટ્રીટ ન્યુઝ
આદરીયાણા ગામે પાટ પાસાનો જુગાર રમતા ત્રણ ઝડપાયા: પાંચ નાશી ગયા
પાટડી તાલુકાના આદરીયાણા ગામે પાટ-પાસાનો જુગાર રમતા આઠ શખશોમાંથી ત્રણ શખશો રૂ. 89,300ના મુદામાલ...
মটক যুৱ ছাত্ৰ সন্মিলনৰ উদ্যোগত নতুন দিল্লীৰ যন্তৰ মন্তৰত অৰ্ধ উলংগ প্ৰতিবাদ। প্ৰসংগঃ জনজাতিকৰণ
মটক জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যদা প্ৰদানৰ দাবীত নতুন দিল্লীত অৰ্ধ উলংগ প্ৰতিবাদ। অসমৰ অন্যতম আদিম...
Bhavish Aggarwal की बढ़ी मुश्किलें, MapMyIndia ने लगाया डेटा चोरी का आरोप; ओला को भेजा नोटिस
ओला ने इस महीने की शुरुआत में गूगल मैप की बजाय खुद का मैप इस्तेमाल करने का फैसला किया था। वर्तमान...
ওৰাং ৰাষ্ট্ৰীয় উদ্যানত ৬৯ সংখ্যক বন্যপ্ৰানী সপ্তাহৰ সামৰনি
ওৰাং ৰাষ্ট্ৰীয় উদ্যানত ৬৯ সংখ্যক বন্যপ্ৰানী সপ্তাহৰ সামৰনি