যোৱা কালি যোৰহাটৰ দিশৰ পৰা ডিব্ৰুগড়লৈ AS04E2007 নম্বৰৰ এখন চেণ্ট্ৰ' গাড়ীত তিনি গভাইত চোৰে আনি আছিল ১৮ টা ছাগলী।মৰাণ আৰক্ষী থানাৰ নাকা চেকিঙৰ পৰা পলাই যাওঁতে মৰাণ আৰক্ষীয়ে খেদি খেদি ফটিকাছোৱা গাঁৱত আটক কৰে ডিব্ৰুগড়ৰ তিনি চোৰ ক্ৰমে আটিকুৰ ৰহমান(28), মহম্মদ ৰাতুল হাজৰীকা (34), মহম্মদ আটিকুৰ আলি (27) ক। ১৮ ছাগলীৰ ভিতৰত দুটা মৃত্যু হৈছে। বৃহত চুৰি চক্ৰ জড়িত থকাৰ সন্দেহ আৰক্ষীৰ। মৰাণ আৰক্ষীয়ে 99/22 ধাৰা 429 379 413 IPC RWS 11 of 1D privisiov of current act ত গোচৰ পঞ্জীয়ন কৰি জেললৈ প্ৰেৰণ কৰিছে। উল্লেখযোগ্য যে দীৰ্ঘদিনৰ পৰা মৰাণ আৰু দাঁতিকাষৰ অঞ্চলত ছাগলী চোৰে চলাই আছিল সন্ত্ৰাস।পূৰ্বেও চুৰিৰ লগত জড়িত হৈ কাৰাবাস খাটিছিল চোৰকেইটাই।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ডিগবৈত আৰক্ষী-সেনাই তিনি যুৱকক আলফা(স্বা)ৰ লিংকমেন সন্দেহত আটক কৰাক লৈ আলফা(স্বা)ৰ প্ৰেছ বিবৃত্তি
ডিগবৈত সেনা আৰক্ষীয়ে তিনিজন যু্ৱকক আলফা(স্বা)ৰ স’তে যোগাযোগ ৰখা বুলি আটক কৰিছিল । তাৰ পাছতে...
চৰকাৰে কাম কৰি থকা ‘জন ঔষধি কেন্দ্ৰ’ৰ সংখ্যা ১০,০০০ৰ পৰা ২৫,০০০লৈ বৃদ্ধিঃ প্ৰধানমন্ত্ৰী মোডী
মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ‘জন আউষধি কেন্দ্ৰ’ৰ সংখ্যা ১০ হাজাৰৰ...
पिकांचे पंचनामे करण्यासाठी घेतले जाताहेत एकरी चारशे रुपये, नगर जिल्ह्यातील धक्कादायक प्रकार
अहमदनगर पिकांचे पंचनामे करण्यासाठी घेतले जाताहेत एकरी चारशे रुपये, नगर जिल्ह्यातील धक्कादायक प्रकार
महंगाई में नरमी के संकेत, मार्च में 29 महीने के निचले स्तर पर पहुंची थोक मुद्रास्फीति
नई दिल्ली, बिजनेस डेस्क। सरकार की ओर से मार्च के थोक मुद्रास्फीति (WPI Inflation) के आंकड़े...