যোৱা কালি যোৰহাটৰ দিশৰ পৰা ডিব্ৰুগড়লৈ AS04E2007 নম্বৰৰ এখন চেণ্ট্ৰ' গাড়ীত তিনি গভাইত চোৰে আনি আছিল ১৮ টা ছাগলী।মৰাণ আৰক্ষী থানাৰ নাকা চেকিঙৰ পৰা পলাই যাওঁতে মৰাণ আৰক্ষীয়ে খেদি খেদি ফটিকাছোৱা গাঁৱত আটক কৰে ডিব্ৰুগড়ৰ তিনি চোৰ ক্ৰমে আটিকুৰ ৰহমান(28), মহম্মদ ৰাতুল হাজৰীকা (34), মহম্মদ আটিকুৰ আলি (27) ক। ১৮ ছাগলীৰ ভিতৰত দুটা মৃত্যু হৈছে। বৃহত চুৰি চক্ৰ জড়িত থকাৰ সন্দেহ আৰক্ষীৰ। মৰাণ আৰক্ষীয়ে 99/22 ধাৰা 429 379 413 IPC RWS 11 of 1D privisiov of current act ত গোচৰ পঞ্জীয়ন কৰি জেললৈ প্ৰেৰণ কৰিছে। উল্লেখযোগ্য যে দীৰ্ঘদিনৰ পৰা মৰাণ আৰু দাঁতিকাষৰ অঞ্চলত ছাগলী চোৰে চলাই আছিল সন্ত্ৰাস।পূৰ্বেও চুৰিৰ লগত জড়িত হৈ কাৰাবাস খাটিছিল চোৰকেইটাই।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
MCN NEWS| वैजापूर ते सिंदखेडराजा जिजाऊ रथ यात्रा रवाना
MCN NEWS| वैजापूर ते सिंदखेडराजा जिजाऊ रथ यात्रा रवाना
Xiaomi 14 सीरीज के Smartphone का लुक और खूबियां पहले ही हो गईं रिवील, कंपनी प्रेसिडेंट ने दिखाई फोन की झलक
Xiaomi 14 Series शाओमी अपनी मच-अवेटेड स्मार्टफोन सीरीज Xiaomi 14 को बहुत जल्द लॉन्च करने जा रही...
एसपी कोटा ग्रामीण ने नेत्रदान संकल्प पत्र भर की नैत्रदान पखवाड़े की शुरूआत
हाडोती संभाग में नेत्रदान,अंगदान और देहदान के लिए 13 वर्षों से कार्यरत संस्थान शाइन इंडिया...