সোণাৰিৰ সাপেখাতিত আজি ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়।অগ্নিকাণ্ডৰ ফলত নিমিষতে ভস্মীভূত হ'ল বহু লক্ষাধিক টকাৰ সা-সম্পত্তি সহ এটা বাসগৃহ।সাপেখাতিৰ পশ্চিম বালিখেতিয়া অঞ্চলৰ বাসিন্দা দিব্যজ্যোতি শইকীয়াৰ বাসগৃহত সংঘটিত হয় এই ঘটনা।বৈদ্যুতিক বিজুতিৰ বাবে অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ।অগ্নিকাণ্ডৰ ফলত এখন স্কুটি, বাইচাইকেল তথা গুৰুত্বপূৰ্ণ নথি-পত্ৰও জুইত জাহ যায় যদিও কথমপি প্ৰাণ ৰক্ষা পৰে পৰিয়ালটোৰ।স্থানীয় ৰাইজৰ লগতে অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নিৰ্বাপিত হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
બનાસકાંઠા - દાતા ના પેથાપુર પાટિયા પાસે હીટ એન્ડ રનની ઘટના
બનાસકાંઠા - દાતા ના પેથાપુર પાટિયા પાસે હીટ એન્ડ રનની ઘટના
নিশা গোলাঘাটৰ আধাৰসত্ৰত বাহনৰ খুন্দাত এজন লোকৰ মৃত্যু :: মৃত লোকজন আধাৰসত্ৰৰ তৌফিক আলি
গোলাঘাট জিলাৰ আধাৰসত্ৰত এখন হোণ্ডাই চেণ্ট্ৰ গাড়ীয়ে খুন্দা মৰাত এজনলোক নিহত হৈছে। জানিব পৰা মতে...
युवती ने किया नींद की गोलियों का ओवरडोज सेवन तबीयत बिगड़ने पर एमबीएस अस्पताल में भर्ती
कुन्हाड़ी बापू बस्ती मे युवती ने किया नींद की गोलियों का ओवरडोज सेवन तबीयत बिगड़ने पर एमबीएस...
પાલીતાણા ખાતે શેત્રુંજી ડેમમાં સફાઈ અભિયાન હાથ ધરાયું
પાલીતાણા ખાતે શેત્રુંજી ડેમમાં સફાઈ અભિયાન હાથ ધરાયું