সোণাৰিৰ সাপেখাতিত আজি ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়।অগ্নিকাণ্ডৰ ফলত নিমিষতে ভস্মীভূত হ'ল বহু লক্ষাধিক টকাৰ সা-সম্পত্তি সহ এটা বাসগৃহ।সাপেখাতিৰ পশ্চিম বালিখেতিয়া অঞ্চলৰ বাসিন্দা দিব্যজ্যোতি শইকীয়াৰ বাসগৃহত সংঘটিত হয় এই ঘটনা।বৈদ্যুতিক বিজুতিৰ বাবে অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ।অগ্নিকাণ্ডৰ ফলত এখন স্কুটি, বাইচাইকেল তথা গুৰুত্বপূৰ্ণ নথি-পত্ৰও জুইত জাহ যায় যদিও কথমপি প্ৰাণ ৰক্ষা পৰে পৰিয়ালটোৰ।স্থানীয় ৰাইজৰ লগতে অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নিৰ্বাপিত হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Shinde camp in trouble? | ठाकरेंचे वकील सिब्बलांच्या प्रश्नानं शिंदे गटाची अडचण; नव्हतं ठोस उत्तर!
Shinde camp in trouble? | ठाकरेंचे वकील सिब्बलांच्या प्रश्नानं शिंदे गटाची अडचण; नव्हतं ठोस उत्तर!
29 September 2022
শৰৎৰ আগমনে পৰ্যটকক হাত বাউলি মাতিছে মাজুলীয়ে।
29 September 2022
মাজুলী চামগুৰি সত্ৰৰ সংগীত কলা কেন্দ্ৰত পৰ্যটক সকলৰ বাবে মুখা ভাওনা পদৰ্শন কৰি...
માનનીય મુખ્યમંત્રીશ્રી સાહેબદ્વારાભાટીયાની નવગુજરાત સંગીત વિદ્યાપીઠને શુભેચ્છા સંદેશ પાઠવવામાં આવ્યો
માનનીય મુખ્યમંત્રીશ્રી સાહેબદ્વારાભાટીયાની નવગુજરાત સંગીત વિદ્યાપીઠને શુભેચ્છા સંદેશ પાઠવવામાં આવ્યો
વડીયા શહેરમાં આવ્યો વાતાવરણમાં પલટો ત્રાટકયુ વરસાદી ઝાપટું
વડીયા શહેરમાં આજે બપોરના સુમારે અચાનક જ વાતાવરણમાં પલટો આવ્યો હતો અને પલટાની સાથે જ અચાનક ધોધમાર...