প্ৰাক্তন মন্ত্ৰী তিলক গগৈৰ পুত্ৰ ধ্ৰুৱ গগৈৰ আত্মহত্যা। গুৱাহাটীৰ ৰুক্মিণী গাঁৱৰ ষ্টাৰ ক্ৰেষ্ট এপাৰ্টমেণ্টত নিজৰ পিষ্টলেৰে মূৰত গুলীয়াই আত্মহত্যা ব্যৱসায়ীজনৰ। আত্মহত্যা কৰাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। ঘটনাস্থলীত দিছপুৰ আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।