শুক্ৰবাৰে জনজাতিকৰণৰ লগতে চাহ জনগোষ্ঠীৰ বিভিন্ন সমস্যা সমাধানৰ দাবীৰে তিনিচুকীয়াৰ উপায়ুক্তৰ কাৰ্য্যালয়ত আটছাৰ তিনিচুকীয়া জিলা সমিতিয়ে ছয় ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰে ।
চাহ জনগোষ্ঠীৰ বিভিন্ন সমস্যা সমাধানৰ দাবীৰে তিনিচুকীয়াত আটছাৰ ছয় ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী

