সোণাৰিত যোৱা কেইবাটাও দিন ধৰি অব্যাহত থকা বানপানীৰ ফলত সমস্যাৰ সন্মুখীন হোৱা সোণাৰি পৌৰসভাৰ অন্তৰ্গত ৬নং ৱাৰ্ডৰ বানাক্ৰান্তৰ মাজত সাহায্য সামগ্ৰী বিতৰণ কৰে সেনাবাহিনীয়ে। সেনাৰ ৰেড শ্বিল্ড সংমণ্ডলৰ জয়পুৰ বেটেলিয়ন (১৪ ৰাজপুত ৰেজিমেন্ট)ৰ সৈন্যই বানক্ৰান্ত সকলৰ মাজত সাহায্য প্ৰদান কৰে। বানাক্ৰান্ত লোকসকলক ৰেচন, ৰন্ধা খাদ্য আৰু ঔষধ যোগানৰ লগতে তম্বু আৰু পোহৰৰ ব্যৱস্থা কৰে সেনাৰ তৰফৰপৰা।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Breaking News: 'संत हमारे लिए पूजनीय मेरी टिप्पणी CM पर थी', 'माफिया और मठाधीश' पर Akhilesh की सफाई
Breaking News: 'संत हमारे लिए पूजनीय मेरी टिप्पणी CM पर थी', 'माफिया और मठाधीश' पर Akhilesh की सफाई
Shinde-Aditya face to face in Vidhan Sabha | शिंदे-आदित्य बोलले, पण नाव घेतलं नाही... काय झालं पाहा
Shinde-Aditya face to face in Vidhan Sabha | शिंदे-आदित्य बोलले, पण नाव घेतलं नाही... काय झालं पाहा
শীঘ্ৰে পুনৰ নিযুক্তি নিদিলে আন্দোলনৰ পথ ল’ব লখিমপুৰৰ বিশেষ আৰক্ষী বিষয়াই
ৰাজ্য চৰকাৰে শীঘ্ৰে পুনৰ নিযুক্তি প্ৰদান নকৰিলে লখিমপুৰ জিলাৰ ১০০ গৰাকী বিশেষ আৰক্ষী বিষয়াই...