মৰাণত আজি টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপাৰ মৰাণ আঞ্চলিক সমিতিৰ উদ্যোগত মৰাণ নগৰৰ মাজমজিয়াৰ ট্ৰেফিক পইণ্টত টাই আহোম সকলকে আদি কৰি ৬ জনগোষ্ঠীক জনজাতি কৰণৰ পৰা বঞ্চিত কৰাত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। হিমন্ত বিশ্ব শৰ্মা মূৰ্দা বাদ, নৰেন্দ্ৰ মোডী হাই হাই , বিজেপি গ বেক, অতি শীঘ্ৰেই ৬ জনগোষ্ঠীক জনজাতিকৰণ মৰ্যদা প্ৰদান কৰক আদি শ্ল'গানেৰে সমগ্ৰ মৰাণ অঞ্চল উত্তাল কৰি তোলে। লগতে তাই আহোম সকলক অতি শীঘ্ৰেই জনজাতি মৰ্যদা প্ৰদান নকৰিলে ধাৰাবাহিক জংগি আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে টাইপাই । আনহাতে আহোম জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰি ৰাজ্যসভা বিধান সভাত যি সকল মন্ত্ৰী বিধায়ক হৈছে সেই সকল মন্ত্ৰী বিধায়কে আহোম সম্প্ৰদায়ক জনগোষ্ঠীৰ ক্ষেত্ৰত প্ৰতাৰণা কৰিছে জাতিটোক বুলি মন্তব্য কৰে । শীঘ্ৰে আহোম সকলক জনজাতিকৰণ নকৰিলে আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিয়ে সংগঠনটোৱে লগতে নৰেন্দ্ৰ মোডীক মিছলীয়া আখ্যা, মূখ্যমন্ত্ৰীৰ গাদী যায় বুলি জনজাতিকৰণ কৰা নাই বুলিও মন্তব্য কৰে টাইপাই।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
বিষয় জনজাতিকৰণ ! মাজুলীত চুতীয়া ছাত্র সন্থাৰ প্ৰতিবাদ
বিষয় জনজাতিকৰণ ! মাজুলীত চুতীয়া ছাত্র সন্থাৰ
প্ৰতিবাদী কাৰ্যসূচী
কালি...
Aurya Diamonds new showroom launched in Jayanagar, Bengaluru.
Aurya Diamonds is a recently launched Bengaluru-based contemporary jewellery brand specialising...
मालदीव के मुइज्जू पर मोदी यूं ही नहीं 'मेहरबान', वजह है बहुत खास ! पहले शपथ ग्रहण का न्योता अब दी ईद की बधाई!
जबसे मालदीव में मुइज्जू की सरकार आई है. तबसे भारत और मालदीव के रिश्ते में खटास आ गई है. पाकिस्तान...
બગસરા શહેરમાં વૈષ્ણ્વ આચાર્યશ્રી ગુંસાઈજી ના જન્મ દિવસ નિમિતે વિવિધ વિસ્તાર માં શોભાયાત્રા નીકળી
બગસરા શહેરમાં વૈષ્ણ્વ આચાર્યશ્રી ગુંસાઈજી ના જન્મ દિવસ નિમિતે વિવિધ વિસ્તાર માં શોભાયાત્રા નીકળી