মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত চেপনত সংঘটিত হল এক ভয়ংকৰ পথ দুৰ্ঘটনা । চেপনৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন ট্ৰাকে পিছফালৰ পৰা এখন ডাস্তান গাড়ীক খুন্দা মৰাৰ ফলত গাড়ীখনত থকা দুজন লোক গুৰুতৰভাৱে আহত হয়। গাড়ীখন মৰানৰ পৰা শিৱসাগৰ ফালে গৈ আছিল। মৰাণৰ পৰা শিৱসাগৰ অভিমুখে গৈ থকা এখন দ্ৰুতবেগী ট্ৰাকে পিছফালৰ পৰা গাড়ীখনক খুন্দা মৰাত সংঘটিত হয ঘটনাটো । গুৰুতৰভাৱে আহত দুয়োকে ডিমৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈ । মৰাণ আৰক্ষীয়ে দুয়োখন বাহন জব্দ কৰি আৰক্ষী থানালৈ আনি তদন্ত অব্যাহত ৰাখিছে
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
અમીરગઢના ખારી ગામમાં પોલીસે દારૂનો જથ્થો ઝડપી પાડ્યો : બુટલેગર ફરાર
અમીરગઢના ખારી ગામની સીમમાંથી પોલીસે દારૂ ઝડપી પાડ્યો છે. અમીરગઢ પોલીસને બાતમીના આધારે ખારી ગામની...
गुणवत्ता आश्वासन कार्यक्रम के तहत गवर्नमेंट ऑफ इंडिया की टीम ने आयुष्मान आरोग्य मंदिर, प्रथमिक स्वास्थ्य केंद्र , माटुंदा का निरीक्षण किया
राष्ट्रीय स्तरीय टीम दुवारा प्राथमिक स्वास्थ्य केंद्र, माटूदा का NQAS आज दिनाक 20/12/24 से...
अखिल भारतीय विद्यार्थी परिषद ने महाविद्यालय में किया पौधारोपण
रामगंजमंडी के चेचट में अखिल भारतीय विद्यार्थी परिषद के कार्यकर्ताओ ने 76वें स्थापना दिवस एवं...