মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত চেপনত সংঘটিত হল এক ভয়ংকৰ পথ দুৰ্ঘটনা । চেপনৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন ট্ৰাকে পিছফালৰ পৰা এখন ডাস্তান গাড়ীক খুন্দা মৰাৰ ফলত গাড়ীখনত থকা দুজন লোক গুৰুতৰভাৱে আহত হয়। গাড়ীখন মৰানৰ পৰা শিৱসাগৰ ফালে গৈ আছিল। মৰাণৰ পৰা শিৱসাগৰ অভিমুখে গৈ থকা এখন দ্ৰুতবেগী ট্ৰাকে পিছফালৰ পৰা গাড়ীখনক খুন্দা মৰাত সংঘটিত হয ঘটনাটো । গুৰুতৰভাৱে আহত দুয়োকে ডিমৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈ । মৰাণ আৰক্ষীয়ে দুয়োখন বাহন জব্দ কৰি আৰক্ষী থানালৈ আনি তদন্ত অব্যাহত ৰাখিছে
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
সোণাৰি টাওকাক বাগিচাত আদৰ্শ অংগনৱাৰী কেন্দ্ৰৰ শুভ উদ্বোধন । উপস্থিত সাংসদ আৰু বিধায়ক
চৰাইদেউ জিলাৰ সোণাৰি টাওকাক বাগিচাত আজি মুকলি হল অসম চৰকাৰে নিৰ্মাণ কৰা আৰ্দশ অংগনবাড়ী কেন্দ্ৰ ।...
Cyclone Dana News Updates: चक्रवात तूफान दाना ने लिया खतरनाक रूप, तेज आंधी के साथ हो रही भारी बारिश
Cyclone Dana News Updates: चक्रवात तूफान दाना ने लिया खतरनाक रूप, तेज आंधी के साथ हो रही भारी बारिश
Anantnag Terrorist Attack के शहीद Colonel Manpreet Singh की परिवार से आखिरी बात रुला देगी
Anantnag Terrorist Attack के शहीद Colonel Manpreet Singh की परिवार से आखिरी बात रुला देगी
નીતિન ગડકરીએ અશોક ગેહલોતની માંગ કરી પૂરી, રાજસ્થાનના સીએમ ખુશ
રાજસ્થાનના મુખ્યમંત્રી અશોક ગેહલોતે મંગળવારે કેન્દ્રીય માર્ગ અને પરિવહન મંત્રી નીતિન ગડકરી સાથે...