এক গোপন সূত্ৰৰ পম খেদি মহকুমা আৰক্ষী বিষয়া মৃণ্ময় দাসৰ নেতৃত্বত জখলাবন্ধা আৰক্ষীয়ে চলোৱা এক অভিযানত জব্দ হয় প্ৰায় বিশ কেজি গাঞ্জা।গুৱাহাটীৰ পৰা জাগুন অভিমুখী AR 20 8027 নম্বৰৰ তনুজ নামৰ যাত্ৰীবাহী বাছৰখনৰ পৰা জব্দ কৰা হয় পাঁচ লক্ষাধিক টকাৰ ভাং। নগাওঁৰ পৰা ডিব্ৰুগড় অভিমুখী চাদ্দাম হুছেইন আৰু জিয়াউদ্দীন আহমেদ নামৰ দুজন যাত্ৰীৰ পৰা আৰক্ষীয়ে জব্দ কৰে গাঞ্জা খিনি। আৰক্ষীয়ে গাঞ্জা জব্দ কৰাৰ লগতে চাদ্দাম আৰু জিয়াউদ্দীনক আটক কৰিছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
চৰাইদেউত ভিডিও এলবামৰ দৃশ্য গ্ৰহণ আৰম্ভ
চৰাইদেউত ভিডিও এলবামৰ দৃশ্য গ্ৰহণ আৰম্ভ
Meerut Police Viral Video: Road पर बिखरी बुजुर्ग की दाल, पुलिस वाले ने किया ऐसा काम पेश कर दी मिसाल
Meerut Police Viral Video: Road पर बिखरी बुजुर्ग की दाल, पुलिस वाले ने किया ऐसा काम पेश कर दी मिसाल
દિયોદર ખાતે યોજાશે રક્તદાન કેમ્પ..
બનાસકાંઠા જિલ્લાના દિયોદર તાલુકામા દર વર્ષે મહાશિવરાત્રીના રોજ દિયોદર મહાદેવ મંદિર ખાતે રાવણા...
Bolas Dry Fruits and Nuts goes on expansion spree with launch of 20 new stores in Bengaluru
Bolas Dry Fruits and Nuts goes on expansion spree with launch
of 20 new stores in...
Sama Sport's કોમ્પલેક્ષ ખાતે કરાટે મા બ્લેક બેલ્ટ બનતા તાલીમાર્થી ઓ ને સન્માનિત કરવામાં આવ્યા
Sama Sport's કોમ્પલેક્ષ ખાતે કરાટે મા બ્લેક બેલ્ટ બનતા તાલીમાર્થી ઓ ને સન્માનિત કરવામાં આવ્યા