এক গোপন সূত্ৰৰ পম খেদি মহকুমা আৰক্ষী বিষয়া মৃণ্ময় দাসৰ নেতৃত্বত জখলাবন্ধা আৰক্ষীয়ে চলোৱা এক অভিযানত জব্দ হয় প্ৰায় বিশ কেজি গাঞ্জা।গুৱাহাটীৰ পৰা জাগুন অভিমুখী AR 20 8027 নম্বৰৰ তনুজ নামৰ যাত্ৰীবাহী বাছৰখনৰ পৰা জব্দ কৰা হয় পাঁচ লক্ষাধিক টকাৰ ভাং। নগাওঁৰ পৰা ডিব্ৰুগড় অভিমুখী চাদ্দাম হুছেইন আৰু জিয়াউদ্দীন আহমেদ নামৰ দুজন যাত্ৰীৰ পৰা আৰক্ষীয়ে জব্দ কৰে গাঞ্জা খিনি। আৰক্ষীয়ে গাঞ্জা জব্দ কৰাৰ লগতে চাদ্দাম আৰু জিয়াউদ্দীনক আটক কৰিছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ವಾರ್ತಾ ಮತ್ತು ಸಾರ್ವಜನಿಕ ಸಂಪರ್ಕ ಇಲಾಖೆಯಿಂದ ಎನ್. ಮಾಲತೇಶ್ ಅವರು ಗೆಲುವು ಸಾಧಿಸಿದರು.
ನವೆಂಬರ್ 12, 2024
ಕರ್ನಾಟಕ ರಾಜ್ಯ ಸರ್ಕಾರಿ ನೌಕರರ ಸಂಘದ ಬೆಂಗಳೂರು ನಗರ ರಾಜ್ಯ ಪರಿಷತ್ ಚುನಾವಣೆಯಲ್ಲಿ ವಾರ್ತಾ...
મે મહિનામાં પણ ચોમાસા જેવો માહોલ રહેશે!વરસાદી માહોલ વચ્ચે અંબાલાલ પટેલની આગાહી,,#ani#
મે મહિનામાં પણ ચોમાસા જેવો માહોલ રહેશે!વરસાદી માહોલ વચ્ચે અંબાલાલ પટેલની આગાહી,,#ani#
બિગ બ્રેકીગ - રાજુલા પંથકમાં મેઘરાજા ની તોફાની બેટિંગ જુઓ માત્ર અમરેલી મેટ્રો ન્યુઝ ચેનલ પર
બિગ બ્રેકીગ - રાજુલા પંથકમાં મેઘરાજા ની તોફાની બેટિંગ જુઓ માત્ર અમરેલી મેટ્રો ન્યુઝ ચેનલ પર
नई असमिया फिल्म 'लालेटापु 1983' का ट्रेलर-पोस्टर रिलीज
नई असमिया फिल्म 'लालेटापु 1983' का ट्रेलर-पोस्टर रिलीज
৪০সংখ্যক কলাইগাঁও শ্ৰী শ্ৰীকৃষ্ণ ৰাস মহোৎসৱৰ অস্হায়ী কায্যালয়ৰ শুভ উদ্ধোধন
৪০ সংখ্যক শ্ৰী শ্ৰীকৃষ্ণ ৰাস মহোৎসৱৰ অস্হায়ী কায্যালয়ৰ শুভ উদ্ধোধন কৰিলে বিটিআৰ চৰকাৰৰ ই এম...