কাকপথাৰত বিশ্বকৰ্মা বিশ্বকৰ্মা পূজাৰ প্ৰাকমূহুৰ্তত এক ভয়ংকৰ পথ দূৰ্ঘটনা সংঘটিত হৈছে ৷ কাকপথাৰৰমাইঠংত বিশ্বকৰ্মাৰ প্ৰতিমা নি থকা এখন ট্ৰাকৰ সৈতে এখন ৰয়ল এনফিল্ড বুলেট বাইকৰ মূখামূখি সংঘৰ্ষত বাইক আৰোহী জন গুৰুত্বৰ ভাবে আহত হৈছে বুলি জানিব পৰা গৈছে ৷ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ দিশে বিশ্বকৰ্মাৰ প্ৰতিমা লৈ গৈ থকা AS O6 AC 6306 নম্বৰৰ 709 ট্ৰাক খনৰ সৈতে বিপৰীত দিশৰ পৰা আহি থকা AR 16 7591 নম্বৰৰ মটৰ চাইকেলখনে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰচণ্ড জোৰত খুণ্ডা মৰাত মটৰ চাইকেল আৰোহী জন গুৰত্বৰ ভাৱে আহত হৈছে বুলি জানিব পৰা গৈছে ৷ ঘটনাস্থলীত কাকপথাৰ আৰক্ষী উপস্থিত হৈ আহত জনক উন্নত চিকিৎসাৰ বাবে ১০৮ এম্বুলেঞ্চেৰে হাস্পতাললৈ প্ৰেৰণ কৰে ৷ আহত মটৰ চাইকেল আৰোহী জনৰ পৰিচয় এতিয়ালৈ লাভ কৰা নাই ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
১৭ বছৰৰ ওপৰৰ সকলে এতিয়া ভোটাৰ তালিকাত নামভৰ্তি কৰাৰ বাবে আগতীয়াকৈ আবেদন কৰিব পাৰিব
◾১৭ বছৰৰ ওপৰৰ সকলে এতিয়া ভোটাৰ তালিকাত নামভৰ্তি কৰাৰ বাবে আগতীয়াকৈ আবেদন কৰিব পাৰিব আৰু এবছৰৰ ১...
તારાપુર શહેરના ત્રિભુવનદાસ ફાઉન્ડેશન કેન્દ્ર ખાતે પોષણમેળાનું આયોજન કરાયું
આજરોજ તારાપુર ત્રિભુવનદાસ ફાઉન્ડેશન તારાપુર કેન્દ્ર ખાતે પોષણમેળાનું આયોજન કેન્દ્ર દ્વારા કરવામાં...
কাঠমিস্ত্ৰীৰ পুত্ৰৰ অসম পুলিচ বেটেলিয়ন কামাণ্ডোত চাকৰি৷ @ASSAM PATRIKA &ne⁷
কাঠমিস্ত্ৰীৰ পুত্ৰৰ অসম পুলিচ বেটেলিয়ন কামাণ্ডোত চাকৰি৷ @ASSAM PATRIKA &ne⁷
৯ চেপ্তেম্বৰত মুক্তি লাভ কৰিব অসমীয়া ছবি BULU FLIM
শিৱসাগৰত অসমীয়া বোলছবি Bulu flim ৰ প্ৰচাৰ
৯ চেপ্তেম্বৰত মুক্তি লাভ কৰিব হিমাংশু প্ৰসাদ দাসৰ এখন...