মৰাণৰ ৰাজপথত জ্বলিল বিজেপি নেত্ৰী আঙুৰলতাৰ প্ৰতিমূৰ্তি 


ভাৰতৰ মহামহিম ৰাষ্ট্ৰপতি  দ্ৰৌপদী মূৰ্মুক কংগেছ দলৰ নেতা অধিৰঞ্জন চৌধুৰীয়ে অপমানজনক মন্তব্য কৰাৰ পিছতে দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি অ হৈছে ইয়াৰ পাছতে গুৱাহাটীত শুকুৰবাৰে হোৱা কংগেছ নেতাজনৰ বিৰুদ্ধে হোৱা কাৰ্যসূচিত অংশগ্ৰহণ কৰি বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাই প্ৰতিবাদৰ মাজতেই আহোম জনগোষ্ঠীক বিৰোধে কিছু বিতৰ্কৰ মন্তব্য কৰিছিল । ইয়াৰ  পাছতে টাই আহোম ছাত্ৰ সন্থাৰ মৰাণ আঞ্চলিক সমিতিয়ে মৰাণৰ  ৰাজপথত আঙুৰলতাৰ প্ৰতিমূৰ্তি দাস কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদ কাৰ্যসূচীত অংশগ্ৰহণ কৰে আটাছুৰ কেন্দ্ৰী  উপ সভাপতি দেৱজিত গগৈ লগতে জিলা মহকুমাৰ নেতা কৰ্মীৰ  সকলে ।