লখিমপুৰ মেডিকেল কলেজৰ নিযুক্তিৰ প্ৰসংগত উত্তাল ৰাজ্য।মূখ্যমন্ত্রীয়ে দিয়া প্ৰতিশ্ৰুতি নৰজিল।

বিধায়ক মানৱ ডেকাৰ প্ৰতিশ্ৰুতিও অথলে গল। 

## উকা বহী জমা দিয়া প্ৰাৰ্থী উতীৰ্ণ হোৱা, একেজন প্ৰাৰ্থী বহু পদত নিৰ্বাচিত হোৱাৰ বাবে কেলেংকাৰীৰ অন্তহীন অভিযোগ। 

এই সন্দৰ্ভতত বিভিন্ন দল সংগঠনৰ লগতে 

অসম জাতীয়তা বাদী যুৱ পৰিষদ, আপৰ তদন্তৰ দাবীৰ লগতে লখিমপুৰ জিলা কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক ৰাতুল বৰাৰ প্ৰতীক্ৰিয়া প্ৰকাশক কৰিছে যে অতি সোনকালেই তদন্ত কৰিবলৈ দাবী জনাই।