যোৰহাটৰ দিশৰ পৰা ডিব্ৰুগড়ৰ দিশলৈ AS04E2007 নম্বৰৰ চেণ্ট্ৰ' গাড়ীত আনি আছিল চোৰ কেইটাই। 

মৰাণ আৰক্ষী থানাৰ নাকা চেকিঙৰ পৰা পলাই যাওঁতে মৰাণ আৰক্ষীয়ে খেদি খেদি ফটিকাছোৱা গাঁৱত আটক কৰে। 

১৮ ছাগলীৰ ভিতৰত দুটা মৃত্যু হৈছে।

বৃহত চুৰি চক্ৰ জড়িত থকাৰ সন্দেহ আৰক্ষীৰ। 

বৰ্তমান আৰক্ষীৰ তদন্ত আৰম্ভ। 

উল্লেখযোগ্য যে দীৰ্ঘদিনৰ পৰা মৰাণ আৰু দাঁতিকাষৰ অঞ্চলত ছাগলী চোৰে চলাই আছিল সন্ত্ৰাস।

পূৰ্বেও চুৰিৰ লগত জড়িত হৈ কাৰাবাস খাটিছিল চোৰকেইটাই।

তদন্তৰ খাতিৰত নাম উল্লেখ কৰা নাই আৰক্ষীয়ে।