মৰাণত সদৌ তাই আহোম ছাত্ৰ সন্থাই জনজাতি কৰণৰ দাবীত আৰু কেন্দ্ৰীয় চৰকাৰে অসমৰ ছয় গোষ্ঠীক জনজাতিকৰণ প্ৰতাৰণাৰ কৰাৰ বাবে আজি মৰাণ নগৰৰ মাজমজিয়াত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মূখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্তকৰে। আটাছুৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক দেৱজিৎ গগৈ এই কাৰ্যসূচী ত উপস্থিত থাকি বিগত প্ৰায় ৩২ টা বছৰ তাই আহোম জনগোষ্ঠীটোক জনজাতি কৰণ কৰিবলৈ দাবী জনাই অহা সদৌ তাই আহোম ছাত্ৰ সন্থাই কেৱল মাত্ৰ চৰকাৰৰ পৰা প্ৰতাৰণা পাই আহিছে বুলি গুৰুত্বৰ অভিযোগ উত্থাপন কৰে । কেৱল মাত্ৰ নিৰ্বাচনৰ আগত জনজাতি কৰণৰ টোপ দি শাসনৰ গাদিলৈ অহা বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক এইবাৰ ইয়াৰ প্ৰত্যাহ্বান জনাই নিৰ্বাচনত ইয়াৰ প্ৰত্যুত্তৰ দিব বুলি সকিয়নি প্ৰদান কৰে আটাছুৰ কেন্দ্ৰীয় সমিতি ৰ সহকাৰী সম্পাদক দেৱজিৎ গগৈয়ে। আনহাতে যদি অনতিপলমে তাই আহোমকে ধৰি যি ছটা জনগোষ্ঠী জনজাতি কাৰণে সংগ্ৰাম কৰি আছে সেই জনগোষ্ঠীকেইটাক বিজেপি চৰকাৰে জনজাতিকৰণৰ মান্যতা প্ৰদান নকৰে তেনেহ'লে অনাগত দিনত উত্তাল প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ব আৰু ইয়াৰ বাবে দায়ী বিজেপি চৰকাৰে হব বুলি সাংবাদিকক জানিব দিয়ে আটাছুৰ নেতাই ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
જુનાગઢ જિલ્લાના મેખડી ગામ ખાતે આંગણવાડી ઘરનું લોકાર્પણ કરતા મંત્રી શ્રી દેવાભાઈ માલમ
આજ રોજ જુનાગઢ જિલ્લાના મેખડી ગામ ખાતે મંત્રી શ્રી દેવાભાઈ માલમ તેમજ અન્ય આગેવાનો દ્વારા ...
'PM Modi की जीत लेकिन...', Swearing-in Ceremony पर Foreign Media ने क्या लिख दिया?
'PM Modi की जीत लेकिन...', Swearing-in Ceremony पर Foreign Media ने क्या लिख दिया?
आरएएस एचडी सिंह संभालेगी बूंदी नगर परिषद का अतिरिक्त कार्यभार, नगर परिषद में स्थाई आयुक्त नहीं होने की वजह से,विकास कार्य हो रहे हैं प्रभावित।
आरएएस एचडी सिंह संभालेगी बून्दी नगर परिषद का अतिरिक्त कार्यभार,नगर परिषद में स्थाई आयुक्त नहीं...
Smriti Irani,Ajay Mishra Teni समेत 17 मंत्रियों को बंगला खाली करने का नोटिस, इस तारीख को जाना होगा
Smriti Irani,Ajay Mishra Teni समेत 17 मंत्रियों को बंगला खाली करने का नोटिस, इस तारीख को जाना होगा
જય ઉંચડીયા મહાદેવ રુદ્રાભષેક || 🔴 Live #newmarutidigital
જય ઉંચડીયા મહાદેવ રુદ્રાભષેક || 🔴 Live #newmarutidigital