কেন্দ্ৰীয় চৰকাৰে দেশৰ ৫ খন ৰাজ্যৰ ১৫ টা জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান কৰি অসমৰ ছয় জনগোষ্ঠীক বঞ্চনা কৰাত খুমটাইত প্ৰতিবাদ।খুমটাই চাৰিআলিত আটাছুয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিকৃতি জ্বলাই প্ৰতিবাদ কৰোঁতেই আৰক্ষীয়ে দিলে বাধা । চৰকাৰ বিৰোধী শ্ল’গানেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিলে সংগঠনটোৱে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
કાલોલ તાલુકાના પીંગળી ગામે ઈ કેવાયસી ની કામગીરી મોડી રાત સુધી ચાલી
કાલોલ તાલુકાના પીંગળી ગામે ekyc ની કામગીરી રાત્રી દરમિયાન પણ ચાલુ રાખી
...
ડીસા નગરપાલિકામાં વિસ્તારમાં અમુક બનતા શોપિંગોને બારોબાર આકારની થઈ જવાનો મામલો
ડીસા નગરપાલિકામાં વિસ્તારમાં અમુક બનતા શોપિંગોને બારોબાર આકારની થઈ જવાનો મામલો
तेजस-सुखोई के साथ जर्मन-स्पेन के फाइटर प्लेन दिखाएंगे ताकत:जोधपुर में एयरफोर्स का सबसे बड़ा अभ्यास 'तरंग-शक्ति'
भारतीय वायु सेना का सबसे बड़ा अभ्यास 'तरंग-शक्ति' शुक्रवार से जोधपुर में होने जा रहा है। इस...
মৰাণ আৰক্ষী থানাৰ উদ্যোগত হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী সফল কৰাৰ উদ্দেশ্যে বাইক ৰেলী
মৰাণ আৰক্ষী থানাৰ উদ্যোগত হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী সফল কৰাৰ উদ্দেশ্যে বাইক ৰেলী