শ্ৰীমন্তশংকৰদেৱৰ প্ৰপন্ন শিষ্য মহাপুৰুষ মাধৱদেৱৰ আজি ৪২৬ সংখ্যক তিৰোভাৱ তিথি গুৰুজনাৰ জন্মস্থান লেটেকুপুখুৰীত উলহমালহেৰে উদ্যাপন কৰা হয় ৷ প্ৰতিবছৰৰ দৰে এইবাৰো দিনযোৰা কাৰ্যসুচীৰে সম্পূৰ্ণ সত্ৰীয়া পৰম্পৰা আৰু ৰীতি নীতিৰ মাজেৰে উদ্যাপন কৰা হৈছে তিৰোভাৱ তিথি ৷ সেই উপলক্ষ্যে পুৱা ৯ বজাত বৰগীত আৰু নাম প্ৰসংগ কৰাৰ লগতে ঘোষা পাঠ আৰু গুৰুজনাৰ জন্ম বিটান্ত পাঠ কৰে বলোৰাম আতৈয়ে ৷ তিৰোভাৱ তিথি উপলক্ষ্যে বাৰেগঞাৰ আয়তীসকলৰ দিহা নাম পৰিৱেশন কৰাৰ পৰৱৰ্তী সময়ত সত্ৰীয়া নৃত্য , গায়ন বায়ন আৰু গুৰুজনাৰ সৃষ্ট ভোজন বিহাৰ নাট প্ৰদৰ্শন কৰা হয় ৷ আজি গুৰুজনাৰ পবিত্ৰ তিৰোভাৱ তিথিত জন্মস্থান খন দৰ্শন কৰিবলৈ অহা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱসকলে ভিৰ কৰা পৰিলক্ষিত হয় ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
મૃતકનો વીડિયો હાથ લાગતા શંકા...!
મૃતકનો વીડિયો હાથ લાગતા શંકા...!
'कांग्रेस की मानसिकता दर्शाती है खरगे की गैरमौजूदगी', स्वतंत्रता दिवस समारोह में शामिल नहीं होने पर BJP का तंज
नई दिल्ली, कांग्रेस अध्यक्ष और राज्यसभा में विपक्ष के नेता मल्लिकार्जुन खरगे के लाल किले पर...
દેવગઢ બારીયા તાલુકાના મેઘામુવાડી ગામેથી દારૂ ઝડપાયો
#buletinindia #gujarat #dahod
#girsomnath l ગીર સોમનાથમાં વરસાદથી લીલા દુકાળ જેવી સ્થિતિ l Divyang News
#girsomnath l ગીર સોમનાથમાં વરસાદથી લીલા દુકાળ જેવી સ્થિતિ
સુત્રાપાડા પંથકમાં સૌથી વધારે...
લાખણીમાં લગ્નની લાલચે સગીરાનું અપહરણ કરતાં ચકચાર
લાખણી તાલુકાના એક ગામમાં રહેતી 13 વર્ષની સગીરાનું અપહરણ કરવામાં આવ્યું હતું. સગીરાના પરિવારજનોએ...