সৰুপথাৰত জ্বলিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি । প্ৰধানমন্ত্ৰী আৰু ৰাজ্যৰ মুখ্যমন্ত্রীৰ প্ৰতিকৃতি দাহ কৰে ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাই । উল্লেখ্যযোগ্য যে বুধবাৰে কেন্দ্ৰীয় কেবিনেটত পাঁচ খন ৰাজ্যৰ ১২ টাকৈ জনগোষ্ঠীক জনজাতিৰ মর্যাদা প্রদান কৰে। কিন্তু এই পাঁচ খন ৰাজ্যৰ ১২ টা জনগোষ্ঠীৰ ভিতৰত নপৰিল অসমৰ ৬ টাকৈ জনগোষ্ঠী। আহোম, চুতীয়া, চাহ জনগোষ্ঠীকে আদিকে কৰি ৬ টা জনগোষ্ঠীয়ে জনজাতি কৰণৰ দাবীৰে দীৰ্ঘদিনে চলাই আহিছে আন্দোলন। কেন্দ্ৰীয় চৰকাৰৰ এনে বৈষম্য মূলক নীতিৰ আৰু প্ৰতাৰণাৰ বিৰোধিতা কৰি সৰুপথাৰ নগৰৰ মাজ মজিয়াত প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰে ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাই । প্ৰতিকৃতি দাহ কৰি সংগঠনটোৱে ক্ষুৰধাৰ সমালোচনা কৰে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক । দীৰ্ঘদিনে কেন্দ্ৰ আৰু ৰাজ্যৰ প্ৰতিখন চৰকাৰে অসমৰ ৬ জনগোষ্ঠীক ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰি আহিছে বুলি কয় চুতীয়া ছাত্ৰ সন্থাই। জনজাতিৰ মর্যাদা প্রদান নকৰা পয্যন্ত আন্দোলন অব্যাহত থাকিব বুলি মন্তব্য কৰে সংগঠনটোৱে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Gujarat Election Update | ગુજરાત વિધાનસભા ની ચૂંટણી બે ચરણ માં યોજાશે | Gujarat Election Details
Gujarat Election Update | ગુજરાત વિધાનસભા ની ચૂંટણી બે ચરણ માં યોજાશે | Gujarat Election Details
ભવાની માતાના સાનિધ્યમાં પુંજય મોરારીબાપુ ની રામકથાનો પ્રારંભ
ભવાની માતાના સાનિધ્યમાં પુંજય મોરારીબાપુ ની રામકથાનો પ્રારંભ
অইল কতৃপক্ষই মৰাণ অইল ইণ্ডিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়খন বন্ধ কৰাৰ ষড়যন্ত্ৰ
অইল কতৃপক্ষই মৰাণ অইল ইণ্ডিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়খন বন্ধ কৰাৰ ষড়যন্ত্ৰ