যোৰহাট-মাজুলী সংযোগী দলংৰ নিমাৰ্ণস্থলীত উপস্থিত অজাপ ৰ সভাপতি লুৰিণজ্যোতি গগৈ ! দীৰ্ঘদিনে বন্ধ হৈ থকা যোৰহাট-মাজুলীৰ দলংৰ নিৰ্মাণৰ বাবে মূখ্যমন্ত্ৰীক কঠোৰ সমালোচনা কৰে সভাপতি গৰাকীয়ে ! মাজুলী -যোৰহাট সংযোগী দলংৰ নিৰ্মাণকাৰী সংস্থা UP STATE BRIDEGE CORPORATION LTD ক এটা Black listed company বুলিও কৰে সমালোচনা ! অানহাতে মাজুলীবাসীক এখন ভাল দলং উপহাৰ দিয়াৰ স্বাৰ্থত এইখন দলংৰ বাবে হোৱা খৰচৰ বাবে বাজেটৰ পৰিমাণ বঢ়াবলৈও দাবী তোলে সভাপতি লুৰিণজ্যোতি গগৈয়ে !
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ગાંધીનગરમાં વિદ્યાસહાયક ઉમેદવારોનું આંદોલન
#buletinindia #gujarat #gandhinagar
સુરેન્દ્રનગર જિલ્લા પોલીસ વડા હરેશકુમાર દુધાતનો વિદાય સમારંભ યોજાયો
સુરેન્દ્રનગર જિલ્લા પોલીસ વડા હરેશકુમાર દુધાતનો વિદાય સમારંભ યોજવામાં આવ્યો છે તાજેતરમાં ગુજરાત...
Top Money Making Stocks | आज Buy या Sell करने से होगा आपको ज्यादा फायदा ? | 4 Ka Chauka Picks
Top Money Making Stocks | आज Buy या Sell करने से होगा आपको ज्यादा फायदा ? | 4 Ka Chauka Picks