কেন্দ্ৰীয় চৰকাৰে অসমৰ ৬ জনগোষ্ঠীক জনজাতিকৰণৰ ক্ষেত্ৰত বঞ্চনা কৰাৰ প্ৰতিবাদত আজি টিংখাঙৰ ৰাজগড়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিমূৰ্তি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সদৌ তাই আহোম ছাত্ৰ সন্থাই । আটাছু ৰাজগড় আৰু টিংখাং আঞ্চলিক সমিতিৰ লগতে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই ৰাজগড়ৰ শ্বহীদ বেদীৰ সমীপত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। অসমৰ ছয় জনগোষ্ঠীক অতি শীঘ্ৰেই জনজাতিকৰণৰ মৰ্যদ্যা প্ৰদান নকৰিলে পৰৱৰ্তী সময়ত আৰু অধিক জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ಬೆಂಗಳೂರಿನ ಫ್ರೀಡಂ ಪಾರ್ಕ್ ನಲ್ಲಿ ಸೆಪ್ಟೆಂಬರ್ 3ರಂದು ರಾಜ್ಯಪಾಲರ ವಿರುದ್ಧ ದಲಿತ ಸಂಘರ್ಷ ಸಮಿತಿಯ ಸದಸ್ಯರು ಪ್ರತಿಭಟನೆ ನಡೆಸಲಿದ್ದಾರೆ.
ಆಗಸ್ಟ್ 26, 2024
ಬೆಂಗಳೂರು ಪ್ರೆಸ್ ಕ್ಲಬ್ ನಲ್ಲಿ ಇಂದು 'ದಲಿತ ಸಂಘರ್ಷ ಸಮಿತಿ'ಯ ಪದಾಧಿಕಾರಿಗಳು ಪತ್ರಿಕಾಗೋಷ್ಠಿ...
Aashish Somaiyaa's Multibagger Picks: कब लौटेगी बाजार में FIIs की Buying? | Business News
Aashish Somaiyaa's Multibagger Picks: कब लौटेगी बाजार में FIIs की Buying? | Business News
મોરવા હડફ : મોરા માનવતાની મશાલ ટીમ દ્વારા અસ્થિર મગજની રઝળતી એક યુવતીને અસ્થિર આશ્રમમાં મોકલી આપી.!!
◆ બૃહદ પંચમહાલ જિલ્લામાં માનવતાની સેવાઓમાં કાર્યરત.....
◆ મોરા માનવતાની મશાલ ટીમ દ્વારા અસ્થિર...
स्वतंत्रता दिवस समारोह के मौके पर इस तोप से दी जायेगी सलामी
स्वतंत्रता दिवस समारोह के मौके पर इस तोप से दी जायेगी सलामी #DRDO
Election 2024 Phase 4 Voting: कश्मीर में वोटिंग के लिए लंबी कतारें, मतदाताओं में गजब का उत्साह
Election 2024 Phase 4 Voting: कश्मीर में वोटिंग के लिए लंबी कतारें, मतदाताओं में गजब का उत्साह