লখিমপুৰত চুতীয়া জনগোষ্ঠীৰ জনজাতি কৰণৰ দাবীত পুত্তালিকা দাহ মুখ্য মন্ত্ৰীৰ।

 লখিমপুৰত জ্বলিল মূখ্যমন্ত্রীৰ পুত্তলিকা। 

চুতীয়া জনগোষ্ঠী ৰ জনজাতি কৰণত চৰকাৰে কৰা প্ৰতাৰণাৰ প্ৰতিবাদ ত চুতীয়া জাতি ছাত্ৰ সন্হাই মূখ্য মন্ত্রী ৰ পুত্তলিকা দাহ কৰে। বিয়লি নগৰৰ আদালতৰ ভৱনৰ সন্মুখত কৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে লখিমপুৰ জিলা চুতীয়া ছাত্ৰ সন্থাই। বিজেপি চৰকাৰ বিৰোধী ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰে লোকসভা নিৰ্বাচনৰ পূৰ্বে জনজাতি কৰণ নকৰিলে ভয়াবহ আন্দোলন ৰ হুংকাৰ দিয়ে প্ৰতিবাদ কাৰী সকলে।