মঙ্গলদৈ ঠেকেৰাবাৰীত মাছৰ উজান উঠিছে। বানপানী শুকাই যোৱাৰ পিছত জলাশয় সমূহত মাছৰ উজান উঠা দেখিবলৈ পোৱা গৈছে। কিমান ডাঙৰ মাছ ধৰিছে সেইটো কথা নহয় কিমান মাছ ধৰিছে সেইটোহে ডাঙৰ কথা। প্ৰত্যেক জন ব্যক্তিয়েই 20 / 25 KG মাছ ধৰিবলৈ সক্ষম হৈছে। মোৱা পুঠীৰ পৰা ৰৌ ভাকুৱা কুৰহি মিৰিগাৰ পোৱালীলৈ। প্ৰত্যেক বাৰাতে উঠিছে এপোৱাৰ পৰা আধাকেজি এক কেজি মাছ। বহুতে এই মাছ ধৰি এৰি দিছে নিজৰ পুখুৰীত। আকৌ বহুতে অতি কম দামত বিক্ৰী কৰিছে মাছ। মুঠতে বানে তাণ্ডৱ সৃষ্টি কৰা ঠেকেৰাবাৰী অঞ্চলত উঠিছে মাছৰ উজান।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
'400 मजाक, 300 सीटें जीतना भी असंभव...', लोकसभा चुनाव में BJP के प्रदर्शन को लेकर शशि थरूर ने किया ये दावा
पीटीआई। लोकसभा चुनाव से पहले भाजपा ने '400 पार' का नारा दिया था। बीजेपी को उम्मीद है कि...
બાળકોને વિનામૂલ્ય શિક્ષણ આપવામાં આવે છે
બાળકોને વિનામૂલ્ય શિક્ષણ આપવામાં આવે છે
बालोतरा सिटी फीडर की जो अंडरग्राउंड केबल फॉल्ट हुई थी उसको रिपेयर करने हेतु
दिनांक 5 जुलाई 2024 शाम को33kv बालोतरा सिटी फीडर की जो अंडरग्राउंड केबल फॉल्ट हुई थी उसको रिपेयर...
‘PM Modi brought new dawn to Jammu Kashmir, People will vote for BJP’: Tarun Chugh
BJP National General Secretary Tarun Chugh, who also oversees the party’s activities in...