৫ বছৰে বন্ধ মৰঙীৰ বগীঢলা চাহ বাগিচা:হাহাকাৰ শ্ৰমিকৰ।নায্য প্ৰাপ্তিৰ দাবীত আটছাৰ প্ৰতিবাদ।মৰঙি ৰাজহ চক্ৰ বিষয়া কায্যালয়ৰ সমীপৰ দৃশ্য এয়া । তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে অসম চাহ জনজাতি ছাত্ৰ সন্থাই। যোৱা ২০১৭ চনৰ পৰাই বগীঢলা চাহ বাগিচাত মালিক পক্ষই শ্ৰমিকক গুলীচালনা কৰা ঘটনাক কেন্দ্ৰ কৰি বন্ধ হৈ আছে বাগিচাখন । যাৰ ফলত তাত কৰ্মৰত হৈ থকা শ্ৰমিকৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। শ্ৰমিকৰ ন্যায্য প্ৰাপ্তিৰ দাবীৰ লগতে বাগিচা বন্ধ প্ৰত্যাহাৰ কৰাৰ দাবীত আটছা গোলাঘাট শাখাৰ উদ্যোগত মৰঙি ৰাজহ চক্ৰ কাৰ্যালয়ৰ সমীপত এই প্ৰতিবাদ সাব্যস্ত কৰে । শীঘ্ৰেই এই সমস্যাৰ সমাধান নহলে পৰৱৰ্তী সময়ত জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
दुहेरी खून प्रकरणातील फरार एकास पोलिसांनी बीडमधून केले जेरबंद
लोणीकंद येथील सनी शिंदे व त्याचे वडील मारुती शिंदे यांच्या दुहेरी खून प्रकरणात व मोक्क्यातील...
দেশৰ ৭৫ তম বৰ্ষপুতি উপলক্ষে চিমেনচাপৰিত জোনাই মহকুমা প্ৰশাসনৰ বিশাল চাইকেল ৰেলী কাৰ্যসূচী ৰূপায়ন
দেশৰ ৭৫ তম বৰ্ষপুতি উপলক্ষে চিমেনচাপৰিত জোনাই মহকুমা প্ৰশাসনৰ বিশাল চাইকেল ৰেলী কাৰ্যসূচী ৰূপায়ন...
नागराज सर्व भक्त मंडळीच्या उपस्थितीत आला व रेणुका देवीची चुनारी व्यवस्थित करून शांतपणे निघून गेला
नागराज सर्व भक्त मंडळीच्या उपस्थितीत आला व रेणुका देवीची चुनारी व्यवस्थित करून शांतपणे...
ઠાસરા ના પીપલવાડા ખાતે બાળદિવસ ની ઉજવણી કરવામાં આવી
ઠાસરા તાલુકાના પીપલવાડા પગાર કેન્દ્ર પ્રાથમિક શાળાના રાણી પોરડામાં ડૉન બોસ્કોની સામાજીક સેવા...