👉 *শোনিতপুৰৰ চাৰিদুৱাৰত পুনৰ ড্ৰাগছ জব্দ*

👉 *চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত গুদামঘাটত জব্দ কৰিছে ড্ৰাগছ সহ এজনক*

👉 *গুদামঘাটত চাৰিদুৱাৰ আৰক্ষীয়ে এক গোপন সূত্ৰ ৰ পম খেদি গুদামঘাটৰ ওচমান আলিৰ ঘৰৰ পৰা ১০ টাকৈ ড্ৰাগছ ভৰ্তি কন্টেইনাৰ সহ ওচমান আলিক আটক কৰে।*

👉 *ইতিধম্যে ওচমানক জেল হাজোতলৈ প্ৰেৰন কৰিছে*