কেন্দ্ৰীয় চৰকাৰে ৬ জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যদা প্ৰদান নকৰাত এতিয়া ক্ষুদ্ধ হৈ পৰিছে ৬ জনগোষ্ঠীৰ দল সংগঠন। আজি মৰাণত টাই আহোম যুৱ পৰিষদ অসম ৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বিজয় ৰাজকোঁৱৰ মৰাণত উপস্থিত হৈ কেন্দ্ৰীয় আৰু অসম চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে। তেওঁ কয় যে ৬ জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰতাৰণাৰ কৰাৰ ক্ষেত্ৰত মূখ্য ভূমিকা পালন কৰিছে মূখ্যমন্ত্ৰী হিমন্ত বিশ্বশৰ্মাই। লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ক সৰ্বকালৰ শ্ৰেষ্ঠ মিছলীয়া আখ্যা দিয়ে টাইপাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বিজয় ৰাজকোঁৱৰে। অন্যহাতে তেওঁ কয় যে চৰকাৰৰ এনে প্ৰতাৰণাৰ বাবে এতিয়া আহোম সকলে পৃথক আহোমলেণ্ড বিচাৰিবলৈ বাধ্য হৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
બનાસકાંઠા જિલ્લાના વાતાવરણમાં પલટો
બનાસકાંઠા હવામાન વિભાગની આગાહીના પગલે વાતાવરણમાં પલટો આવતા ખેડૂતોના જીવ તાળવે ચોંટ્યા છે. અમીરગઢ...
Israel Hamas War: क्या इसराइली नेताओं ने अपने बयानों से लोगों को उकसाया? (BBC Hindi)
Israel Hamas War: क्या इसराइली नेताओं ने अपने बयानों से लोगों को उकसाया? (BBC Hindi)
গোলাঘাটত গণেশ চতুৰ্থী উদযাপন
গোলাঘাটৰ জোনাকী নগৰৰ ১৪২ নং চি আৰ পি এফৰ শিবিৰত গণেশ চতুৰ্থী উদযাপন কৰে । শিবিৰৰ গণেশ...
লখিমপুৰ জিলাৰ নাওঁবৈছাৰ দলহাট তিনি আলিৰ মহেন্দ্ৰ মহন্তৰ দেহাৱসান
নাওবৈচা মহেন্দ্ৰ মহন্ত দেহাৱসান