কেন্দ্ৰীয় চৰকাৰে ৬ জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যদা প্ৰদান নকৰাত এতিয়া ক্ষুদ্ধ হৈ পৰিছে ৬ জনগোষ্ঠীৰ দল সংগঠন। আজি মৰাণত টাই আহোম যুৱ পৰিষদ অসম ৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বিজয় ৰাজকোঁৱৰ মৰাণত উপস্থিত হৈ কেন্দ্ৰীয় আৰু অসম চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে। তেওঁ কয় যে ৬ জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰতাৰণাৰ কৰাৰ ক্ষেত্ৰত মূখ্য ভূমিকা পালন কৰিছে মূখ্যমন্ত্ৰী হিমন্ত বিশ্বশৰ্মাই। লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ক সৰ্বকালৰ শ্ৰেষ্ঠ মিছলীয়া আখ্যা দিয়ে টাইপাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বিজয় ৰাজকোঁৱৰে। অন্যহাতে তেওঁ কয় যে চৰকাৰৰ এনে প্ৰতাৰণাৰ বাবে এতিয়া আহোম সকলে পৃথক আহোমলেণ্ড বিচাৰিবলৈ বাধ্য হৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
પાલનપુરના કુંપર (ભા) નજીક રીક્ષાની ટક્કરે એક યુવકનું મોત : એક યુવક ઘાયલ
પાલનપુર તાલુકાના કુંપર (ભા) થી માલણ જવાના માર્ગ ઉપર રિક્ષાની ટક્કરે બાઇક સવાર યુવકનું મોત થયું...
घोणस आळी चावल्याने शेतकरी उपचारासाठी रुग्णालयात भरती:
घोणस आळी चावल्याने शेतकरी उपचारासाठी रुग्णालयात भरती
"शेतकर्यांसमोर घोंगावतेय दुहेरी...
জোনাইত কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্দ্ধনা
জোনাইত কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্দ্ধনা
हाई कोर्ट से राहत नहीं मिली तो राहुल गांधी को एक महीने में खाली करना पड़ सकता है सरकारी बंगला
नई दिल्ली, जागरण डेस्क। Rahul Gandhi: राहुल गांधी को लोकसभा की सदस्यता से अयोग्य ठहरा दिया...
વીરપુર સરસ્વતી શિશુમંદિર અને વિદ્યામંદિરમાં અનોખો શાળા પ્રવેશોત્સવ યોજાયો..
શાળામાં ગાયત્રી યજ્ઞ કરી બાળકોને પ્રવેશ આપવમાં આવ્યો...
મહીસાગર જિલ્લાના વીરપુરમાં સરસ્વતી...