জনজাতিকৰণ নামত অসমৰ ছয় জনগোষ্ঠীক পুনৰ বঞ্চনা কেন্দ্ৰৰ । পাঁচখন ৰাজ্যৰ ১২ টা জনগোষ্ঠীক কেন্দ্ৰীয় চাকাৰৰ কেবিনেটে জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ সিদ্ধান্ত লোৱাৰ সময়ত অসমৰ ছয় জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি সন্মান নিদিয়াত সৰৱ হৈছে চাহ জনজাতি ছাত্ৰসন্থা ৷ আটছাৰ জিলা সভাপতিয়ে প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া ৷ ৬ জনগোষ্ঠীক প্ৰতাৰণা কৰাৰ বাবে অশান্ত হ’ব অসম আৰু তাৰ বাবে দায়ী হ’ব চৰকাৰ । আনহাতে বাগিচা অঞ্চলত ৰাজনৈতিক নেতা-মন্ত্ৰীৰ প্ৰৱেশ বন্ধ কৰিব আটছাই ৷ অসমৰ নেতা মন্ত্ৰীয়ে কেন্দ্ৰৰ ওচৰত আঁঠু লৈছে এই মন্তব্য আটছাৰ গোলাঘাট জিলা সভাপতি ৰাবুল তুৰীৰ ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
फिल्म 'सीतारामम' का हिंदी संस्करण 18 से डिज्नी हाटस्टार पर
इस ओटीटी मंच ने बुधवार को यह जानकारी दी। अभिनेता दुलकर सलमान, रश्मिका मंदाना और मृणाल ठाकुर...
રાજ્યભરમાં આંગણવાડી બહેનો દ્વારા સમાનકામ સમાનવેતન મુદ્દે ધરણા પ્રદર્શન કરીને સરકાર સામે રોષ ઠાલવ્યો
રાજ્યભરમાં આંગણવાડી બહેનો દ્વારા સમાનકામ સમાનવેતન મુદ્દે ધરણા પ્રદર્શન કરીને સરકાર સામે રોષ ઠાલવ્યો
उप स्वास्थ्य केंद्र ही बीमार हो रहा है। लोगों का इलाज करने से पहले उप स्वास्थ्य केंद्र को ही इलाज
उप स्वास्थ्य केंद्र ही बीमार हो रहा है। लोगों का इलाज करने से पहले उप स्वास्थ्य केंद्र को ही...