টাই আহোম সকলক জনজাতিকৰণ প্ৰদানৰ দাবীত সোণাৰিত আজি তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰে টাই আহোম যুৱ পৰিষদ অসমৰ চৰাইদেউ জিলা সমিতিয়ে। টাই আহোম সকলৰ দীৰ্ঘদিনীয়া দাবী পূৰণ নকৰিলে আগন্তুক দিনত চৰকাৰে তীব্ৰ প্ৰত্যাহ্বান সন্মুখীন হ'ব লাগিব বুলিও হুংকাৰ প্ৰদান কৰে টাইপাই।