ৰাজ্য মুখ্যমন্ত্ৰীৰ ড৹ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰে দৰিদ্ৰ ৰাইজলৈ যোগান বিনামুলীয় চাউল বিতৰণত কোনো ধৰণৰ দুৰ্নীতিৰ সংঘটিত কৰিব নোৱাৰিব বুলি কঠোৰ নিদেৰ্শ প্ৰদান কৰিছিল যদিও ৰাজ্যত চলি আছে চোৰাং চৰকাৰী চাউলৰ বেহা । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰাল ভাবে চেপন আৰক্ষীয়ে নিশা শিৱসাগৰ দিশৰ পৰা সোণাৰিলৈ নি থকা অৱস্থাতে এখন ডিই গাড়ী সহ কাইবা শ কুইন্টল চোৰাং চৰকাৰী চাউল জব্দ কৰে আৰক্ষীয়ে । আৰক্ষীয়ে জানিবলৈ দিযা অনুসৰি AS33C0840 নম্বৰ গাড়ী খনত ৪৫ বেগ চৰকাৰী চাউল উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে । ইতিমধ্য গাড়ীৰ খনৰ চালক বিজয় কয়া আৰু চাউল ব্যৱসায়ি ইব্ৰাহিম আলিক আটক কৰি জেৰা অব্যাহত ৰাখিছে চেপন আৰক্ষীয়ে। আৰক্ষীৰ জানিবলৈ দিয়া অনুসৰি গাড়ী চালক জন সোণাৰি মঞ্জুশ্ৰি বাগিচাৰ আৰু চাউল ব্যৱসায়ি ইব্ৰাহিম আলি ঘৰ শিৱসাগৰত । এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে চোৰাং চাউল খিনি সোণাৰিত কোন কোন ব্যৱসায়িক যোগান ধৰা হয় সেয়া এক ৰহস্যৰ বিষয় হৈ পৰিছে। দৰিদ্ৰ লোকলৈ অহা বিনামূলীয়া চাউলক লৈ এনে অসাধু ব্যৱসায়ীক চৰাইদেউ জিলা প্ৰশাসনে চিনাক্ত কৰি উচিত ব্যৱস্থা ল'বলৈ সচেতন লোকে মত পোষণ কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
বিজেপিত যোগদান কৰাৰ সন্দৰ্ভত কি কলে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই।
বিগত কেইবছৰো ধৰি শাসকীয় দলৰ তৰফৰ পৰা আমাৰ কংগ্ৰেছ দলৰ নেতা কৰ্মীসকলক তেওঁলোকৰ দললৈ আমন্ত্ৰণ...
डीएसटी बालोतरा व थाना सिवाना द्वारा अवैध शराब के विरूद्ध बड़ी कार्यवाही। अवैध देशी शराब के 95 कार्टून व प्रयुक्त वाहन कीमतन 20 लाख रूपए बरामद। प्रकरण दर्ज, दो गिरफ्तार।
श्री कुंदन कंवरिया आईपीएस, पुलिस अधीक्षक जिला बालोतरा ने बताया कि जिले में अवैध शराब तस्करी की...
TECH NEWS :- Electric Bikes In India 2023: ये हैं देश की 3 लोकप्रिय इलेक्ट्रिक मोटरसाइकिलें
Electric Bikes In India 2023 इलेक्ट्रिक बाइक लेने के बारे में विचार कर रहे हैं तो आपको ये ऑर्टिकल...
ભારતમાંથી 2022ના અંત સુધી આશરે 8000 જેટલા કરોડપતિ દેશ છોડી શકે છે.
ભારતમાંથી 2022ના અંત સુધી આશરે 8000 જેટલા કરોડપતિ દેશ છોડી શકે છે.