গোলাঘাটত দিন ডকাইতিৰ ঘটনা।
গোলাঘাটৰ মহিমা চাহ বাগিচাৰ সমিপত দিন ডকাইতিৰ ঘটনা।কাপোৰ আৰু টিভি লৈ গাঁওত বিক্ৰী কৰিবলৈ যোৱা কেইবাজনো ব্যৱসায়ীৰ পৰা কাঢ়ি নিয়ে সামগ্ৰী।কেইবাখনো বিলাসী বাহন লৈ আহিল ডকাইতৰ দলটো।স্থানীয় লোকৰ উপস্থিতিত পলায়ন কৰে ডকাইতৰ দলটো।
![](https://i.ytimg.com/vi/Q8lPJXQ4W3Y/hqdefault.jpg)
গোলাঘাটত দিন ডকাইতিৰ ঘটনা।