শূৰ পোকৰ ভয়ংকৰ আক্ৰমণত সৰ্বশ্ৰান্ত হোৱাৰ উপক্ৰম চৰাইদেউৰ একাংশ কৃষকৰ

এইবাৰ শূৰ পোকৰ উপদ্ৰৱ চৰাইদেউ জিলাৰ কৃষিভূমিত৷ শূৰ পোকৰ আক্ৰমণ চলিছে কৃষকৰ পথাৰত ৷ কৃষি কৰ্মৰে জীৱন নিৰ্বাহ কৰি অহা কৃষকৰ সপোন এতিয়া থানবান হোৱাৰ উপক্ৰম হৈছে ৷ সেউজীয়া শস্যৰ সপোন দেখি অশেষ কষ্টেৰে কৰিছিল কৃষিকাৰ্য ৷ বিঘাই বিঘাই কৃষিভূমি নষ্ট । চৰাইদেউৰ চোমণী গাঁৱত শ শ বিঘা কৃষিভূমিত পোকে চলাইছে তাণ্ডৱ ৷ মূৰে কপালে হাত দিছে কৃষকে

চাঁওক এক ৰিপৰ্ট-৷৷