বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত সানেকুছি বৰপুখুৰীপাৰ নামঘৰ প্ৰাংগনত অহা চাৰি,পাচ আৰু ছয় অক্টোবৰত তিনিদিনীয়াকৈ মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱৰ ৫৭৪ তম্ জন্ম মহোৎসৱৰ আয়োজন কৰিছে৷তদুপলক্ষে চাৰি অক্টোবৰ সন্ধিয়া থাপনা স্থাপনৰে কাৰ্যসূচীৰ শুভাৰম্ভণি কৰিব৷পাচ অক্টোবৰ পূৱা উষা কীৰ্তন,পূৱাৰ নাম প্ৰসংগ,ধৰ্মীয় পতাকা উত্তোলন,গছপুলি ৰোপণ,ভাগৱত লৈ শোভাযাত্ৰা,দুপৰীয়া ১২-১৫ বজাত সম্বৰ্ধনা অনুষ্ঠান,সন্ধিয়া বৰগীত প্ৰতিযোগিতা,প্ৰথম পুৰস্কাৰ ২৫০১/= টকা,দ্বিতীয় পুৰস্কাৰ ১৫৯১/=টকা,প্ৰতিযোগিতাৰ ভৰ্তি মাচুল ৫১/=টকা,বন্তি প্ৰজ্বলন,সাংস্কৃতিক সন্ধিয়া,সাংস্কৃতিক সন্ধিয়াত অসমৰ প্ৰখ্যাত দিহানামৰ শিল্পী কমলা গগৈৰ ভক্তিৰসৰ অনুষ্ঠান৷৷ছয় অক্টোবৰ পূৱা উষা কীৰ্তন,পূৱাৰ প্ৰসংগ,আয়তীসকলৰ নাম,দিনৰ ১১-০০ বজাত আয়তীসকলৰ দিহানাম প্ৰতিযোগিতা,প্ৰথম পুৰস্কাৰ ৫০০১/=টকা,দ্বিতীয় পুৰস্কাৰ ৩০০১/=টকা,প্ৰতিযোগিতাৰ ভৰ্ত্তি মাচুল ৫১/=টকা,সন্ধিয়া বন্তি প্ৰজ্বালন টোপধ্বনি আৰু নাগাৰানাম প্ৰদৰ্শন৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
জোনাইত স্বাধীনতা দিৱসৰ ব্যাপক প্ৰস্তুতি
জোনাইত স্বাধীনতা দিৱসৰ ব্যাপক প্ৰস্তুতি
Himachal Cloud Burst: बादल फटने के बाद तबाही का मंजर, 40 से ज्यादा लोग लापता, रेस्क्यू जारी | AajTak
Himachal Cloud Burst: बादल फटने के बाद तबाही का मंजर, 40 से ज्यादा लोग लापता, रेस्क्यू जारी | AajTak
અપનાઘર આશ્રમ દ્વારા નિરાધાર માનસિક બીમાર અને જેનું કોઈ નહોય તેવા લોકો ને સાચવે અને સાજા થાય એટલે પરિવાર સાથે મિલન કરાવે છે
અપનાઘર આશ્રમ દ્વારા નિરાધાર માનસિક બીમાર અને જેનું કોઈ નહોય તેવા લોકો ને સાચવે અને સાજા થાય એટલે...
AAJTAK 2 | FM NIRMALA SITHARAMAN ने क्यों भिड़ गए नेता विपक्ष MALLIKARJUN KHARGE ? | AT2 VIDEO
AAJTAK 2 | FM NIRMALA SITHARAMAN ने क्यों भिड़ गए नेता विपक्ष MALLIKARJUN KHARGE ? | AT2 VIDEO
ડીસા માં ફ્રુડ એન્ડ ડ્રગ્સ વિભાગના દરોડા..
ડીસામાં ફ્રુડ એન્ડ ડ્રગ્સ વિભાગના દરોડા..
રજવાડી ગૃહ ઉદ્યોગ નામની ફેક્ટરીમાં દરોડા..
જાગૃત નાગરિક...