বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত সানেকুছি বৰপুখুৰীপাৰ নামঘৰ প্ৰাংগনত অহা চাৰি,পাচ আৰু ছয় অক্টোবৰত তিনিদিনীয়াকৈ মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱৰ ৫৭৪ তম্ জন্ম মহোৎসৱৰ আয়োজন কৰিছে৷তদুপলক্ষে চাৰি অক্টোবৰ সন্ধিয়া থাপনা স্থাপনৰে কাৰ্যসূচীৰ শুভাৰম্ভণি কৰিব৷পাচ অক্টোবৰ পূৱা উষা কীৰ্তন,পূৱাৰ নাম প্ৰসংগ,ধৰ্মীয় পতাকা উত্তোলন,গছপুলি ৰোপণ,ভাগৱত লৈ শোভাযাত্ৰা,দুপৰীয়া ১২-১৫ বজাত সম্বৰ্ধনা অনুষ্ঠান,সন্ধিয়া বৰগীত প্ৰতিযোগিতা,প্ৰথম পুৰস্কাৰ ২৫০১/= টকা,দ্বিতীয় পুৰস্কাৰ ১৫৯১/=টকা,প্ৰতিযোগিতাৰ ভৰ্তি মাচুল ৫১/=টকা,বন্তি প্ৰজ্বলন,সাংস্কৃতিক সন্ধিয়া,সাংস্কৃতিক সন্ধিয়াত অসমৰ প্ৰখ্যাত দিহানামৰ শিল্পী কমলা গগৈৰ ভক্তিৰসৰ অনুষ্ঠান৷৷ছয় অক্টোবৰ পূৱা উষা কীৰ্তন,পূৱাৰ প্ৰসংগ,আয়তীসকলৰ নাম,দিনৰ ১১-০০ বজাত আয়তীসকলৰ দিহানাম প্ৰতিযোগিতা,প্ৰথম পুৰস্কাৰ ৫০০১/=টকা,দ্বিতীয় পুৰস্কাৰ ৩০০১/=টকা,প্ৰতিযোগিতাৰ ভৰ্ত্তি মাচুল ৫১/=টকা,সন্ধিয়া বন্তি প্ৰজ্বালন টোপধ্বনি আৰু নাগাৰানাম প্ৰদৰ্শন৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
राजस्व वसूली की दिशा में विशेष प्रयास कर प्रगति बढाई जावे* -जिला कलक्टर
जिले के राजस्व अधिकारियों की बैठक जिला कलेक्ट्रेट कक्ष में जिला कलेक्टर अक्षय गोदारा की अध्यक्षता...
नगर निकाय चुनाव की सरगर्मियां हुई तेज़, समाजवादी पार्टी नगर पंचायत अध्यक्ष प्रत्याशी डोर टू डोर जनसंपर्क अभियान
रायबरेली - लालगंज नगर निकाय चुनाव की सरगर्मियां तेज हो गई हैं। सभी राजनीतिक...
Raju Srivastava breathed his last at the age of 58 in Delhi’s AIIMS
Comedian Raju Srivastav has passed away. The actor-comedian was admitted to the All India...
तिरंगा यात्रा में शामिल होने की के.के. गुप्ता ने की शहरवासियो से अपील
तिरंगा यात्रा में शामिल होने की के.के. गुप्ता ने की शहरवासियो से अपील
S Jaishankar ने लंदन में बताया भारत में क्या-क्या बदलाव आया?
S Jaishankar ने लंदन में बताया भारत में क्या-क्या बदलाव आया?