ডিব্ৰুগড় জিলাৰ আৰক্ষী চকীৰ অন্তৰ্গত ২নং দীঘলীয়া গাৱৰ নিস্কালম হেমৰম অগস্ত হেমৰম আৰু গোপীমায়া তামাংৰ ঘৰৰ পৰা পানী মটৰ চুৰ কৰি ধৰাপৰা গভাইত চোৰক ৰাইজে ধৰি আৰক্ষীক গটাই দিয়ে।ইকৰাণি গাৱৰ ফনীধৰ বড়াৰ পুত্ৰ অভিজিত বড়াক (২৯) গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰন কৰে। বামুনবাৰী আৰক্ষীচকীৰ ভাৰপ্ৰাপ্ত বিষয়া অৰূপ গায়নে জনোৱা মতে বহুদিনৰ পৰা বিভিন্ন চুৰি কাৰ্য্যত জড়িত অভিজিত বড়াৰ পৰা ৩ টা পানী মটৰৰ লগতে এখন চাইকেল উদ্ধাৰ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
લાંબા ગામના એક ૩૦ વર્ષીય યુવાન ના ૪.૫ લાખની દ્વારકામાં ચોરી,આરોપી ની ગણતરીની કલાકમાં ધરપકડ.
લાંબા ગામના એક ૩૦ વર્ષીય યુવાન ના ૪.૫ લાખની દ્વારકામાં ચોરી,આરોપી ની ગણતરીની કલાકમાં ધરપકડ.
ઢોર નિયંત્રણ કાયદાના વિરોધમા વારસીયામાંમાલધારીસમાજે ગાય દોહીને શ્વાનોને દૂધ પીવડાવી વિરોધ કર્યો
ઢોર નિયંત્રણ કાયદાના વિરોધમા વારસીયામાંમાલધારીસમાજે ગાય દોહીને શ્વાનોને દૂધ પીવડાવી વિરોધ કર્યો
Breaking News: Sukhbir Singh Badal पर जानलेवा हमला, अमृतसर में गोल्डन टेंपल के गेट पर की गई फायरिंग
Breaking News: Sukhbir Singh Badal पर जानलेवा हमला, अमृतसर में गोल्डन टेंपल के गेट पर की गई फायरिंग
থলগিৰিত আছাম স্কুল অৱ জাৰ্নেলিজম পুনৰ আৰম্ভনিৰ বাবে বৈঠক
২০১১ বৰ্ষৰ পৰা ব্যৱহাৰিক সাংবাদিকতা পাঠ্যক্ৰমেৰে সহস্ৰাধিক শিক্ষার্থীক ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰত...