ৰঙিয়াৰ শ্ৰমিক ভৱনত এছ এফ আইৰ সপ্তদশ কামৰূপ জিলা সন্মিলন আজি ১৪ ছেপ্টেম্বৰ তাৰিখে এদিনীয়া কাৰ্যসূচীৰে অনুস্থিত হয়। শতাধিক প্ৰতিনিধিৰ অংশগ্ৰহণেৰে সন্মিলনৰ পতাকা উত্তোলন কৰে জিলা সভানেত্ৰী জাহ্নবী ভূঞাই। শ্বহীদ বেদীত মাল্যাৰ্পণ কৰে ৰাজ্যিক সম্পাদক নিৰংকুশ নাথে। ইয়াৰ পাছতে জাহ্নবী ভূঞা, সঞ্জীৱ বৈশ্য আৰু মিন্টু ৰহমানক লৈ গঠিত সভাপতিমণ্ডলীয়ে প্ৰতিনিধি সভাৰ কাম কাজ পৰিচালনা কৰে। সম্পাদক অয়ন অধিকাৰীয়ে উত্থাপন কৰা প্ৰতিবেদনৰ ওপৰত ১৫ গৰাকী প্ৰতিনিধিয়ে আলোচনা কৰে। সংযোজন বিয়োজনসহ প্ৰতিবেদন গ্ৰহণ কৰা হয়। বৰ্তমানৰ কামৰূপ জিলাক সংগঠনৰ সুবিধাৰ বাবে কামৰূপ আৰু তামুলপুৰ হিচাপে দুভাগত ভাগ কৰা হয়। কামৰূপ জিলাৰ সম্পাদক হিচাপে মিন্টু ৰহমান আৰু সভাপতি হিচাপে অকন আহমেদক সন্মিলনে নিৰ্বাচিত কৰে। তদুপৰি তামুলপুৰ জিলাৰ সম্পাদক হিচাপে সঞ্জীৱ বৈশ্য আৰু সভাপতি হিচাপে অজয় ৰায়ক নিৰ্বাচন কৰা হয়। সন্মিলনে শিক্ষানুষ্ঠান বন্ধৰ সিদ্ধান্ত বাতিল কৰা, সকলো শিক্ষানুষ্ঠানত পৰ্যাপ্ত শিক্ষক নিযুক্তি দিয়া, মাতৃভাষা মাধ্যমত শিক্ষা প্ৰদান কৰা, বান গৰাখহনীয়াক ৰাষ্ট্রীয় সমস্যা হিচাপে স্বীকৃতি দিয়া আদি আঠটাকৈ দাবীত প্ৰস্তাৱ গ্ৰহণ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
| Uddhav Thackeray | उद्धव ठाकरे यांची पत्रकार परिषद | शिवसेना पक्षप्रमुख उद्धव ठाकरे यांच्या उपस्थितीत - विश्व हिंदू परिषद बजरंग दल संघटनेचा जाहीर प्रवेश - पत्रकार परिषद
LIVE | Uddhav Thackeray | उद्धव ठाकरे यांची पत्रकार परिषद |विश्व हिंदू परिषद बजरंग दल संघटनेचा...
अमेरिका में Alaskapox से गई एक व्यक्ति की जान, जानें क्या है यह गंभीर बीमारी और इसके लक्षण
अमेरिका में Alaskapox से एक व्यक्ति की जान जाने के बाद से भी हड़कंप मच गया है। इस संक्रामक बीमारी...
महिला को जहरीली जीव ने काटा महिला की हालत गंभीर उपचार जारी
घटई हार में जहरीले जीव ने महिला को काटा अमानगंज में उपचार जारी
पन्ना जिले के अमानगंज...
Rishi Sunak India Visit: G20 से पहले हिंदुत्व पर सुनक ने दिया बड़ा बयान! | G20 Summit 2023 | Hindutva
Rishi Sunak India Visit: G20 से पहले हिंदुत्व पर सुनक ने दिया बड़ा बयान! | G20 Summit 2023 | Hindutva