#দৰং জিলাত ভয়াবহ ৰূপ ধাৰন কৰিছে জাপানীজ এনকেফেলাইটিছ ৰোগে ৷
দৰঙত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত এগৰাকী মহিলাৰ মৃত্যু ৷
মহিলা গৰাকী বৰঙ্গাবাৰীৰ ৰুমিজা বেগম।
বিগত বাৰ দিন ধৰি GMCH ত চিকিৎসাধীন হৈ আছিল মহিলা গৰাকী।